--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীত-গৰম-প্ৰদূষণে বিধস্ত  কৰি  দিল্লীত এইবাৰ হঠাতে ওলাল বাঘ। কংক্ৰিটৰ মহানগৰীখনলৈ বাঘ কিদৰে আহিল তাকেলৈ বহুতৰে মাজত ৰহস্যৰ সৃষ্টি হৈছে। সোমবাৰে উত্তৰ-পশ্চিম দিল্লীৰ বুৰাৰীৰ এটা আৱাসিক এলেকাত এটা নাহৰফুটুকী বাঘে প্ৰৱেশ কৰে।  ফলত তাত বাসকৰা লোকসকলৰ মাজত আতংকৰ সৃষ্টি হয়।


 শেহতীয়াকৈ এটা ভিডিঅ' পোহৰলৈ আহিছে,  য'ত নাহৰফুটুকী বাঘটোৱে ছাদৰ পৰা জঁপিওৱা দেখা গৈছে  আৰু আৱাসীসকলে বাঘটোক  কেমেৰাত বন্দী কৰিবলৈ চেষ্টা কৰি আছে।নাহৰফুটুকী বাঘটোৱে ৪ ৰ পৰা ৫ জন লোকক আক্ৰমণ কৰাৰ খবৰ পোৱা গৈছে আঘাতপ্ৰাপ্ত লোকসকলক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

আৰক্ষী আৰু বন বিভাগৰ দলে  বাঘ ওলোৱাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় । বন বিভাগৰ লোকে আবাসীসকলৰ সহায়ত  নাহৰফুটুকী বাঘটোক  বন্দী কৰিবলৈ সক্ষম হয়। বাঘটো কিদৰে সেই স্থানলৈ আহিল তাকেলৈ ৰহস্যৰ সৃষ্টি হৈছে। উল্লেখ্য ইয়াৰ পূৰ্বেও দিল্লীত বাঘ ওলোৱাৰ ঘটনা সংঘটিত হৈছিল। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ