--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত নানান জনগোষ্ঠীৰ লোকে বাস কৰি আহিছে। তেওঁলোকৰ নিজা ৰীতি-নীতি-সংস্কৃতিয়ে বহুতকে আকৰ্ষিও কৰি আহিছে। ভাৰত-ম্যানমাৰ সীমান্তৰ এটা বিশেষ জনগোষ্ঠীয়ে ডিঙিত  পিতলৰ ৰিং পিন্ধাৰ কথায়ো বহুতকে আকৰ্ষণ কৰি আহিছে। 

দৰাচলতে বন্য জীৱ জন্তুৰ আক্ৰমণ আদিৰ পৰা ৰক্ষা পৰিবলৈ মানুহে বিভিন্ন কৌশল অৱলম্বন কৰি আহিছে। বাঘৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ ডিঙিত পিতলৰ ৰিং পিন্ধা এটা জনগোষ্ঠীয়ে বহুতৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে।

লক্ষ্যণীয় কথাটো হ'ল জনগোষ্ঠীটোৰ প্ৰতি গৰাকী নাৰীয়ে ডিঙিত দীঘল পিতলৰ ৰিং পিন্ধে। এয়া তেওঁলোকৰ এক পৰম্পৰাত পৰিণত হৈছে।
ভাৰত-ম্যানমাৰ সীমান্তৰ কায়াহ প্ৰদেশৰ বাসিন্দা এই জনগোষ্ঠীটোৰ নাম কায়ান।


যুগ যুগ ধৰি কায়ান জনগোষ্ঠীৰ নাৰী সকলে ডিঙিত উজ্জ্বল পিতলৰ ৰিং পিন্ধি আহিছে।

ম্যানমাৰৰ কায়াহ প্ৰদেশত বাঘৰ উপদ্ৰৱ খুবেই বেছি।

বাঘে জনগোষ্ঠীটোৰ বহু লোকৰ প্ৰাণ কাঢ়ি নিছে। জনগোষ্ঠীটোৰ লোকসকলে ভাবে যে ঘৰত অকলে থকা মহিলা সকলক বাঘে সহজে আক্ৰমণ কৰিব পাৰে।

সেইবাবেই কায়ান জনগোষ্ঠীৰ সকলো নাৰীয়েই বাঘে যাতে ডিঙিত কামুৰি মৃত্যু ঘটাব নোৱাৰে তাৰ বাবে ডিঙিত পিতলৰ দীঘল ৰিং পিন্ধে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক