--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

১৫ কাতি, মঙলবাৰ, ইং ২ নবেম্বৰ

মেষ ৰাশি : - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া ৷ কঠোৰ পৰিশ্ৰমৰ সুফল লাভ ৷ খৰচ বৃদ্ধি ৷ প্ৰেমত শুভ ৷

বৃষ ৰাশি : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ সফলতা লাভ ৷ কৰ্ম-ব্যৱসায়ত শুভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷

মিথুন ৰাশি : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটো কিছু খেলি-মেলি হ’ব পাৰে ৷ যিকোনো সিদ্ধান্ত লওতে সাৱধানতা অৱলম্বন কৰক ৷ পানীৰ পৰা অলপ সাৱধানে থকা ভাল হ’ব ৷

কৰ্কট ৰাশি : - কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ যুৱক-যুৱতীসকলৰ আনন্দময় হʼব ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল হʼব ৷

সিংহ ৰাশিৰ :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত এলাহ ভাৱ পৰিহাৰ কৰক ৷ পৰিয়ালৰ আৰু প্ৰেমৰ সৈতে সম্পৰ্ক উন্নত ৷ নিজৰ ওপৰত আশ্বাস, ভাৰসা আৰু নিশ্চয়তা ৰাখিলে লক্ষ্যত সফল হ’ব ৷

কন্যা ৰাশি : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটো মিশ্ৰ ফলদায়ক ৷ ধনৰ ফালৰ পৰা ভাল দিশ দেখা যাব ৷ ব্যৱসায় বৃদ্ধি ৷ স্বাস্থ্য উন্নত ৷ ভ্ৰমন লাভদায়ক হ’ব ৷ বিবাহৰ যোগ আছে ৷

তুলা ৰাশি : - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটো কিছু কঠিন হʼব ৷ খেলিমেলি হʼব পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, লাভাৰ্জন ৷

বৃশ্চিক ৰাশি : - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ লওক ৷

ধনু ৰাশি : - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া ৷ যিজন ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷

মকৰ ৰাশি : - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ব্যক্তিগত জীৱনত মনোযোগ দিয়ক ৷ শান্ত হৈ কৰ্ম কৰক ৷

কুম্ভ ৰাশি : - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ ব্যৱসায়ত সফল ৷

মীন ৰাশি :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত এলাহ ভাব পৰিহাৰ কৰক ৷ সফলতা লাভ৷ প্ৰেমত শুভ ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement