--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশীত পালন কৰা হয় ধনত্ৰয়োদশী বা ধনটেৰচ৷ ধনটেৰচৰ দিনা ভগৱান ধনন্তৰীক বিশেষ পূজা অৰ্চনা কৰা হয়। ধনটেৰচৰ দিনা আবেদন, বৰ্তন, বাহন, মাটি বাৰী ক্ৰয় কৰাটো বহুতো শুভ বুলি মনা হয়। ইয়াৰ উপৰিও এয়া মনা হয় যে ধনতেৰচৰ দিনা দান আদি কৰিলেও মা লক্ষ্মী প্ৰসন্ন হয়।

বিশ্বাস কৰা হয় ধনটেৰচৰ দিনা যিদৰে বস্তু ক্ৰয় কৰা হয়, ঠিক তেনেদৰে বস্তু দান কৰাৰো বহুতো মহত্ব আছে। সূৰ্য্য অস্ত আগে দান কৰাটো উচিত। ধনটেৰচৰ দিনা কাকো বগা বস্তু যেনে, গাখীৰ, দৈ, বগা মিঠাই, ইত্যাদি দান নকৰিব। এনে কৰাটো অশুভ মনা হয়। সেইদৰে ধনটেৰচৰ দিনা কেতবোৰ বস্তু দান কৰাটো ভাল আৰু শুভ মনা হয়।

ধনটেৰচৰ দিনা খাদ্য অনাজ দান কৰিলে ঘৰৰ ভৰাঁল সদাই পূৰ্ণ হৈ থাকে। ধনটেৰচৰ দিনা লোহা দান কৰিলে ভাগ্য সলনি হৈ পৰে। এই দিনটোত নিজ সাধ্য অনুসাৰে দৰিদ্ৰক অৰ্থও দান কৰিব পাৰে৷ ইয়াৰ উপৰি কাপোৰ দান কৰাটো শুভ মনা হয়৷

ধনটেৰচৰ দিনা ঝাড়ু কিনাৰ লগতে ঝাড়ু দান দিয়াটো বহুত শুভ মনা হয়। কোৱা হয় কোনো মন্দিৰত যদি নতুন ঝাড়ু দান কৰিব পাৰে, তেন্তে অত্যন্ত শুভ মনা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া