--°C
Loading...
Listen to Article
2 min read
80%

২৩কাতি, বুধবাৰ, ইং ১০ নৱেম্বৰ, ২০২১


মেষ ৰাশি - মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, কৰ্মত লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য কৰ্মক্ষেত্ৰ পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।


বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সমস্যাবোৰ সমাধন হব, শত্ৰু নাশ হব, আজি প্ৰেম আৰু কৰ্মক্ষেত্ৰ শুভ যোগ।


মিথুন ৰাশি - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, ধন সন্মান লাভ। 


কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ  জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ হব, প্ৰেমত শুভ হব, লগতে সন্মান লাভ হোৱাৰ যোগ দেখা যায়।


সিংহ ৰাশিৰ - সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব, সজাগ নহলে আপোন মানুহৰ লগত মনোমালিন্য হব পাৰে। লগতে আজি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হব।


কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম প্ৰেৰণা লাভ কৰিব যদিও আজি সজাগ নহলে মনোমালিন্য বা শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।


তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, কৰ্মব্যস্ততা বাঢ়িব, সজাগ নহলে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি দেখা যায়।


বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে, যদিও আজি সজাগ নহলে কৰ্মত সামান্য বাধা আহিব পাৰে । প্ৰেমত সামান্য জতিলতা বৃদ্ধি।


ধনু ৰাশি - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধন ধান বাঢ়িব,কৰ্মত সন্মান  লাভ হব, মনত আনন্দ বৃদ্ধি। 


মকৰ ৰাশি - মকৰ ৰাশি  জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হব, মনত উৎসাহ বাঢ়িব। 


কুম্ভ ৰাশি - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মানসিক চিন্তা বাঢ়িব পাৰে, কৰ্মক্ষেত্ৰ  সামান্য পৰিৱৰ্তন আহিব পাৰে। যান বাহনৰ পৰা  সাৱধান হোৱাটো ভাল। 


মীন ৰাশি - মীন ৰাশিৰ জাতক -জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সাহস বাঢ়িব, কৰ্মত শুভ হব, প্ৰেমত শুভ হব, শত্ৰু হানি হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি