--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত শোচনীয় পৰাজয়বৰণ বৰণ  কৰাৰ পিছৰে  টীম ইণ্ডিয়া যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে৷ সমান্তৰালভাৱে উত্থাপিত হৈছে ৰোহিত শৰ্মা, কে এল ৰাহুলৰ লগতে কেইবাজনো খেলুৱৈক দলৰ পৰা বাহিৰ কৰিবলৈ   দাবী ।

দলৰ আনসকল খেলুৱৈৰ তুলনাত  বেটাৰ কে এল ৰাহুল অধিক সমালোচিত হৈছে৷ বিশ্বকাপত ক্ৰিকেটাৰজনৰ প্ৰদৰ্শন আছিল  শোচনীয় ৷ গতিকে তেওঁ দীৰ্ঘ দিনলৈ টী ২০ দলত  থাকিবনে নাই সেয়ইা সন্দেহজনক৷ উল্লেখ্য যে  কে এল ৰাহুলে বিশ্বকাপৰ পাঁচটা ইনিংছত মাত্ৰ ১২৮ ৰানহে অৰ্জন  কৰিছিল।

সমান্তৰালভাৱে এতিয়া চৰ্চিত হ’বলৈ ধৰিছে 
ঈষাণ কিষাণৰ নাম৷ পূৰ্বতে বহুকেইখন গুৰুত্বপূৰ্ণ মেছত নিজৰ প্ৰতিভাৰ উমান দি গৈছে খেলুৱৈজনে৷ 
টী২০ৰ ট্ৰফী ভাৰতীয় দলৰ হাতত চাবলৈ উদ্বাউল হৈ থকা জনতাৰ মোহভংগ হ’ল৷ অনাগত দিনত এই পৰাজয় পুনৰাৱৰ্তন নহওঁক বুলিয়েই এতিয়া অনুৰাগীসকলে বাট চাইছে ঈষাণ কিষাণৰ মুখলৈ৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক