--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কিচমিচ শৰীৰৰ বাবে অতি উপকাৰী। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, প্ৰটিন আৰু কেলচিয়াম থাকে। কিচমিচ খালে শৰীৰৰ দুৰ্বলতা দূৰ হোৱাৰ লগতে হাড়বোৰো মজবুত হয়।কিন্তু কিচমিচ সঠিকভাৱে নাখালে স্বাস্থ্যৰ ক্ষতিও হ’ব পাৰে। সেয়েহে আজি আমি কিচমিচ খোৱাৰ সঠিক নিয়মৰ বিষয়ে জানো আহক।

 এইদৰে খাদ্যত কিচমিচ অন্তৰ্ভুক্ত কৰক-

১. কিচমিচ আৰু পানীঃ-কিচমিচ পানীত তিয়াই খালে শৰীৰৰ ৰক্তহীনতা দূৰ হয়। ইয়াক সেৱন কৰিবলৈ ১৫টা কিচমিচ লৈ একাপ পানীত নিশাটো তিয়াই থৈ পুৱা খাব। এইদৰে কিচমিচ খালে ৰক্তহীনতা দূৰ হয় আৰু লগতে শৰীৰক শক্তি প্ৰদান কৰে।

২. কিচমিচ আৰু গাখীৰঃ-গাখীৰত তিয়াই থোৱা কিচমিচ খালে ইয়াৰ পৰা উপকাৰ বহুগুণে বৃদ্ধি পায়। গাখীৰত তিয়াই কিচমিচ খালে হিম’গ্লবিনৰ পৰিমাণ বৃদ্ধি পায় আৰু শৰীৰৰ দুৰ্বলতা দূৰ হয়। গাখীৰত তিয়াই থোৱা কিচমিচ খালে শৰীৰে শক্তি লাভ কৰে।

৩. গাখীৰত সিজোৱা কিচমিচ খোৱাৰ উপকাৰিতাঃ-কিচমিচ গাখীৰত সিজাই খালে শৰীৰত উপকাৰ পোৱা যায়। ইয়াৰ বাবে ৮ৰ পৰা ১০টা কিচমিচ লৈ এগিলাচ গাখীৰত দি উতলিবলৈ দিয়ক। এই গাখীৰ ডাঠ হ’লে ঠাণ্ডা কৰি খাব। নিশা সেৱন কৰিলে অধিক উপকাৰ

৪. খালী পেটঃ-খালী পেটত কিচমিচ সেৱন কৰিলে বহু ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। একে সময়তে খালী পেটত কিচমিচ খালে পাচনতন্ত্ৰও মজবুত হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক