--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিদ্যালয় সমুহক চোৰে টাৰ্গেট কৰি লোৱা দেখা গৈছে। কম সময়ৰ ভিতৰত নগৰখনত কেইবাটাও চুৰি কাণ্ড সংঘটিত হোৱাত ডুমডুমা থানাৰ নিন্দ্ৰা হৰণ হৈছিল।

ডিজিটেল ডেস্কঃ ডুমডুমাত কিছুদিনৰ পৰা চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ নগৰখনত থকা বিদ্যালয় সমুহক চোৰে টাৰ্গেট কৰি লোৱা দেখা গৈছে। কম সময়ৰ ভিতৰত নগৰখনত কেইবাটাও চুৰি কাণ্ড সংঘটিত হোৱাত ডুমডুমা থানাৰ নিন্দ্ৰা হৰণ হৈছিল।


যাৰ ফলস্বৰুপে ডুমডুমা আৰক্ষীয়ে এক অভিযান চলাই নগৰখনত চুৰি কাণ্ড সংঘটিত কৰি থকা ডুমডুমা শংকৰদেৱ কলনিৰ আব্দুল চালেমক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে চুৰি সামগ্ৰী ক্ৰয় কৰা অপৰাধত ডুমডুমা উচ্চামাটিৰ বিভাশ আচাৰ্যীক আটক কৰি দুয়োজনক জেল হাজুতলৈ প্ৰেৰণ কৰে।


উল্লেখ্য যে, কিছুদিন পূৰ্বে ডুমডুমা থানাৰ গাতে লাগি থকা প্ৰাথমিক বিদ্যালয়ত নিশা চুৰিৰ ঘটনা সংঘটিত হোৱাৰ পিছত, পুণৰ ডুমডুমা থানাৰ পৰা আঢ়ৈশ তিনিশ মিটাৰ দুৰত্বত অৱস্থিত হুনলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰি কেইবাটাও মুল্যৱান সামগ্ৰী চুৰি কৰি লৈ গৈছিল। চুৰি হোৱা সামগ্ৰী সমূহ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ