--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হিন্দুধৰ্মত দশেৰাক এক ডাঙৰ উৎসৱ হিচাপে গণ্য কৰা হয়। শাৰদীয় নৱৰাত্ৰিৰ পাছৰ দশমদিনা দশেৰা উদযাপন কৰা হয়। ইয়াক বিজয়দশমী বুলিও কোৱা হয় কাৰণ আজিৰ দিনটোতে মাদুৰ্গাই মহিষাসুৰক বধ কৰিছিল আৰু ভগৱান ৰামে অহংকাৰী ৰাৱণক বধ কৰিছিল। সেয়ে অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় হিচাপে আজিৰ দিনটোত ৰাৱণ দাহ কৰা হয়। ইয়াৰ উপৰি অস্ত্ৰ-শস্ত্ৰ আৰু বাহনৰ পূজাও কৰা হয়। দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈও এই দিনটো অতি বিশেষ বুলি বিশ্বাস কৰা হয়। দশেৰাৰ দিনা কৰা প্ৰতিকাৰ, দান আৰু পূজা-অৰ্চনাবোৰে দ্ৰুত প্ৰভাৱ পেলায়। আজি আমি দশেৰাৰ দিনা ৩টা বস্তু দান কৰাৰ গুৰুত্ব আছে, গোপনে দান কৰিলে মালক্ষ্মী অতি সোনকালে সন্তুষ্ট হয়। জানো আহক কি কি?

 দশেৰাত দান কৰক-

দশেৰাৰ দিনটোৱে কঢ়িয়াই আনে অপৰিসীম সুখ আৰু সমৃদ্ধি। সেয়েহে এই দিনটোত এনেধৰণৰ কাম কৰিব লাগে যিবোৰে মালক্ষ্মীক সন্তুষ্ট কৰে। দশেৰাৰ দিনা ৩টা বস্তু গোপনে দান কৰি অচিৰেই মালক্ষ্মীক সন্তুষ্ট হয়। দশেৰাৰ দিনা যিকোনো মন্দিৰত নতুন ঝাড়ু দান কৰক। ইয়াৰ ফলত মালক্ষ্মীক সুখ আৰু সমৃদ্ধি প্ৰদানৰ বাবে প্ৰাৰ্থনা কৰক। ইয়াৰ বাহিৰেও দশেৰা দিনা ৰাৱণ দাহ কৰাৰ পাছত গোপনে খাদ্য, পানী আৰু বস্ত্ৰদান কৰিব লাগে। এনে কৰি মালক্ষ্মী সদায় আশীৰ্বাদ দিয়ে আৰু কেতিয়াও ধনৰ অভাৱ হ’বলৈ নিদিয়ে।

 দশেৰাৰ দিনা এনে কৰা শুভ-

ইয়াৰ বাহিৰেও দশেৰাক লৈ আন বহুতো বিশ্বাস আছে। যেনেকৈ দশেৰাৰ দিনা সোণ, ৰূপ, গাড়ী আদিৰ দৰে বহুমূলীয়া বস্তু কিনাটো অতি শুভ। এই দিনটোত এইবোৰ বস্তু কিনিলে গোটেই বছৰটো ঘৰত সুখ আৰু সমৃদ্ধি পোৱা যায় বুলি বিশ্বাস কৰা হয়। ইয়াৰ বাহিৰেও দশেৰাৰ দিনা নীলকণ্ঠ চৰাই দেখা আৰু পাণ খোৱাটোও অতি শুভ বুলি গণ্য কৰা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’