--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এলত সৰ্বাধিক ৰান সংগ্ৰহৰ দৌৰত বিদেশী খেলুৱৈক অতিক্ৰম কৰি শীৰ্ষত আছে ভাৰতীয় বেটাৰসকল। শীৰ্ষ দহৰ ভিতৰত ছয়জন বিদেশী বেটাৰ আছে। বলাৰৰ তালিকাতো ভাৰতীয় খেলুৱৈয়ে আধিপত্য বিস্তাৰ কৰিছে। কমলা ৰঙৰ টুপীৰ তালিকাত ৰছিদ খানৰ বাহিৰে আন কোনো বিদেশী বলাৰ নাই।

বেটছমেনৰ তালিকাৰ শীৰ্ষত আছে ফাফ ডু প্লেছিছ। ইতিমধ্যে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ অধিনায়কগৰাকীয়ে ৬৩১ ৰান সংগ্ৰহ কৰিছে। দ্বিতীয় স্থানত আছে শুভমন গীল। তেওঁ সংগ্ৰহ কৰিছে ৫৭৬ ৰান। তৃতীয় স্থানত আছে যশস্বী জয়ছৱাল। তেওঁ ৫৭৫ ৰান সংগ্ৰহ কৰিছে। ৪৯৮ ৰানেৰে চতুৰ্থ স্থানত আছে ডেভন কনৱে।

কমলা ৰঙৰ টুপীৰ দৌৰত ভাৰতীয় খেলুৱৈয়েই যুঁজ দিছে। ২৩টা উইকেটৰে যুটীয়াভাৱে শীৰ্ষত আছে আফগানিস্তানৰ ৰছিদ খান আৰু মহম্মদ ছামী।  দুয়োজনেই গুজৰাট টাইটানছত আছে।  ৰছিদৰ বাহিৰে শীৰ্ষ পাঁচৰ ভিতৰত আছে কেৱল ভাৰতীয় বলাৰ। তিনি নম্বৰত আছে ৰাজস্থান ৰয়েলছৰ য়ুজভেন্দ্ৰ চাহাল। তেওঁ ২১টা উইকেট দখল কৰিছে।





















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে