--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেব্ৰুৱাৰীত বিয়াত বহিব অভিনেতা সিদ্ধাৰ্থ মালহোত্ৰা আৰু অভিনেত্ৰী কিয়াৰা আদৱানী। তাৰপূৰ্বে ডুবাইলৈ গৈ নতুন বছৰ আদৰিলে দুয়োৱে। লগত সংগী থাকিল কৰণ জোহৰ, মণীশ মালহোত্ৰা, ৰাণী মুখোপাধ্যায়।

নতুন বছৰ উদযাপনৰ ফটোসমূহ ভাইৰেল হৈ পৰিছে। তাত দেখা গৈছে পাতল সেউজ ৰঙৰ পোছাকেৰে কিয়াৰাক মোহময়ী ৰূপত দেখা গৈছে। আনহাতে, সিদ্ধাৰ্থই পৰিধান কৰিছে ক’লা কোট-পেণ্ট। তেওঁলোকৰ লগতে আছে কৰণ জোহৰ আৰু মণীশ মালহোট্টা।

ছৱিখন সামাজিক মাধ্যমত প’ষ্ট কৰে মণীশ মালহোট্টাই। তাৰপাছতে অনুৰাগীসকলৰ মাজত উৎসাহৰ অন্ত নাই। 

উল্লেখ্য যে জানিব পৰামতে, ৬ ফেব্ৰুৱাৰী তাৰিখে কিয়াৰা আৰু সিদ্ধাৰ্থই যুগ্ম জীৱনৰ পাতনি মেলিব। যদিও বিয়াৰ বিষয়ে দুয়োৰে পৰিয়ালৰ তৰফৰ পৰা একো জনোৱা হোৱা নাই। তথাপিও জনা হৈছে, ৰাজস্থানৰ জয়ছালমীৰৰ এখন বিলাসবহুল হোটেলত বিবাহানুষ্ঠান সম্পন্ন হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক