--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ বিজেপিৰ মহিলা মৰ্চা দলৰ সভাপতি চিত্ৰা ৱাগৰ প্ৰতি তীব্ৰ সমালোচনাত মুখৰ হ’ল উৰ্ফি জাভেদ। শেহতীয়াকৈ সামাজিক মাধ্যমত অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰি অহা নিজৰ বিতৰ্কিত ফটোসমূহক লৈ মুখ খুলিছিল বিজেপি নেত্ৰীগৰাকীয়ে। অশ্লীলতা বিয়পোৱাৰ অভিযোগত উৰ্ফিক গ্ৰেপ্তাৰৰ দাবী তুলিছিল তেওঁ।

তাৰপাছতে উৰ্ফিয়ে চিত্ৰাক কঠোৰ উত্তৰ প্ৰদান কৰে। সামাজিক মাধ্যমযোগে কয়- ''মই জেললৈ যাবলৈ প্ৰস্তুত। কিন্তু তাৰ পূৰ্বে আপুনি নিজৰ আৰু আপোনাৰ পৰিয়ালৰ সম্পত্তিৰ হিচাব দিয়ক। সকলোৱে জানে, ৰাজনীতিবিদসকলৰ আয়ৰ উৎস কি আৰু ক’ৰ পৰা তেওঁলোকে আয় কৰে।’’

''দেশৰ নেতাবিলাকৰ কোনো কাম নাই। এওঁলোক খুব গাধা মানুহ। প্ৰচাৰৰ বাবেই মোক আক্ৰমণ কৰিছে নেত্ৰীগৰাকীয়ে।’’- উৰ্ফিয়ে কয়।

উল্লেখযোগ্য যে উৰ্ফিৰ পোছাক সন্দৰ্ভত এটা টুইট কৰি চিত্ৰা ৱাগে লিখিছিল- ''মুম্বাইৰ ৰাস্তাত নগ্নতাৰ প্ৰচাৰ কৰিছে উৰ্ফিয়ে। তেওঁক অবিলম্বে গ্ৰেপ্তাৰ কৰা হওক। এফালে নিৰাপৰাধ ছোৱালীবিলাক নিম্ন মানসিকতাৰ পুৰুষৰ লালসাৰ চিকাৰ হৈছে। আন ফালে কিছুমান ছোৱালীয়ে এইদৰে প্ৰলোভন দেখাইছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক