--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় খেলপথাৰত উজলিল এগৰাকী অসম কন্যা। সংযুক্ত আৰৱ এমিৰেট চমুকৈ UAE ৰ ডুবাইত উজলিল গোলাঘাটৰ এগৰাকী মহিলা। 

ভাৰত চৰকাৰৰ SBKF ৰ উদ্যোগত আৰু ডুবাই চৰকাৰৰ সহযোগত অনুষ্ঠিত কৰা হৈছে ৯ আন্তঃৰাষ্ট্ৰীয় খেল মহোৎসৱ ২০২৩। এই খেল মহোৎসৱৰ শ্বটপুট আৰু ডিচকাচ থ্ৰ' প্ৰতিযোগিতাত স্বৰ্ণ পদকসহ উজলিল গোলাঘাটৰ মিনাক্ষী কোঁৱৰ বৰা। 

উল্লেখ্য যে বিগত মে' মাহত দিল্লীত অনুষ্ঠিত বাচনি প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰি আন্তঃৰাষ্ট্ৰীয় খেলৰ বাবে নিৰ্বাচিত হৈছিল গোলাঘাটৰ মিনাক্ষী। মুঠ ৯ খন ৰাষ্ট্ৰৰ অংশগ্ৰহণেৰে ডুবাইত অনুষ্ঠিত হোৱা এই ক্ৰীড়া মহোৎসৱত স্বৰ্ণ জয় কৰি দেশৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে মিনাক্ষী কোঁৱৰ বৰাই।

মিনাক্ষীৰ এই সাফল্যত আনন্দিত হৈ পৰিছে গোলাঘাট জিলাৰ লগতে সমগ্ৰ অসম। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ