--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত ফুটবলৰ পৰা বিদায় ল’লে ইটালীৰ কিংবদন্তি গ’লৰক্ষক জিয়ানলুইজি বুফনে। বুধবাৰে ছ’চিয়েল মিডিয়াত তেওঁ এই ঘোষণা কৰে।

১৯৯৭ চনত ইটালীৰ জাতীয় দলৰ হৈ বুফনে অভিষেক ঘটায়। তেওঁ দেশৰ জাৰ্চি পিন্ধি ১৭৬খন আন্তঃৰাষ্ট্ৰীয় খেল খেলিছে। তাৰ ভিতৰত ২০০৬ চনত ফ্ৰান্সৰ বিৰুদ্ধে বিশ্বকাপ জয়লাভত অন্যবদ্য ভূমিকা আছে বাফনৰ। ২০১২ চনৰ ইউৰোতো ৰানাৰ্ছ ইটালী দলৰ সদস্য আছিল।

ক্লাব ফুটবলত তেওঁ জুভেন্টাছৰ হৈ দহটা ছিৰি এ জিকিছিল। দুবাৰৰ চেম্পিয়নছ লীগৰ ৰানাৰ্ছ আপ। কপা ইটালিয়াই ৫ বাৰ জয়লাভ কৰে। পাৰ্মাৰ হৈ এবাৰ কপা ইটালিয়া, ইউএফএ কাপ জয়ী হৈছিল।

উল্লেখ্য যে ৪৫ বৰ্ষীয় গ’লকীপাৰজন কেৱল ইটালীৰে নহয়, ফুটবল বিশ্বৰ অন্যতম শ্ৰেষ্ঠ গ’লকীপাৰ হিচাপে গণ্য কৰা হয়। ফুটবল জগতৰ এটা যুগ এই বাফনৰ নামত আছে।

ছচিয়েল মিডিয়াত বুফনে লিখিছে- ''এইবাৰ মই থমকি ৰৈছো। আপোনালোকে মোক সকলো দিলে। মইও মোৰ শ্ৰেষ্ঠখিনি দিলোঁ। এতিয়া অৱসৰৰ সময় আহি পৰিছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক