--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃৰাছিয়া-ইউকক্ৰেইনৰ যুদ্ধৰ লগতে আন কেইবাটাও ৰাজনৈতিক অস্থিৰতাৰ মাজতে আজি দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীলৈ ভাৰতলৈ  আহি আছে   কানাডাৰ বৈদেশিক মন্ত্ৰী মেলানিয়া জলী। জলীয়ে সোমবাৰে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতেবৈঠকত মিলিত হ’ব বুলি জানিব পৰা গৈছে।  

ভাৰত চৰকাৰৰ  এগৰাকী মুখপাত্ৰই প্ৰকাশ  কৰা মতে আলোচনাকালত নানান দ্বিপাক্ষিক বিষয়ে স্থান লাভ কৰিব।  আলোচনাত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধিৰ উপায়ৰ উপৰি অঞ্চলটোত চীনৰ বৰ্ধিত সামৰিক আশংকাৰ বিষয়ে অগ্ৰাধিকাৰ পাব বুলি ভবা হৈছে ।  

দুয়োপক্ষই ভাৰত-প্ৰশান্ত মহাসাগৰত সহযোগিতাৰ বিষয়ত গুৰুত্ব দিব বুলিও আশা কৰা হৈছে। কানাডাৰ ভাৰত-প্ৰশান্ত মহাসাগৰীয় ৰণনীতিয়েও ভাৰতক অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ দেশ হিচাপে তালিকাভুক্ত কৰিছে ।ইপিনে ফিজিৰ উপ-প্ৰধানমন্ত্ৰী বিমান প্ৰসাদেও আজিৰে পৰা   ছয় দিনীয়া ভাৰত ভ্ৰমণ  কৰি আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক