--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ ৰামপুৰহাটলৈ যোৱাৰ সময়তে তৃণমূলৰ বিধায়ক বাবুল সুপ্ৰিয়ৰ কনভয় দুৰ্ঘটনাত পতিত হৈছে। এই দুৰ্ঘটনাত কেইবাজনো সুৰক্ষা কৰ্মী গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে। অৱশ্যে বিধায়ক  বাবুল সুপ্ৰিয় সুৰক্ষিত হৈ আছে বুলি খবৰ আহিছে৷ 

শুক্ৰবাৰে সন্ধিয়া, টিএমচিৰ বিধায়ক বাবুল সুপ্ৰিয় ৰামপুৰহাট উৎসৱত অংশগ্ৰহণ কৰিবলৈ হাওৰাৰ পৰা গৈ আছিল। বাবুল সুপ্ৰিয়ৰ গাড়ীখন চেন্থিয়া মোছাড্ডা অঞ্চলত  কনভয়ত থকা নিৰাপত্তাৰক্ষীৰ বাহন এখনেএখন  অটোত  খুন্দা মাৰে। 

 ফলস্বৰূপে, অটো আৰু নিৰাপত্তা কৰ্মীৰ গাড়ী দুখন লুটি খাই পৰে৷  ঘটনাটোত চাৰিজন নিৰাপত্তাৰক্ষী, এজন অটো চালক আৰু এজন পথচাৰী আহত হৈছে। স্থানীয় বাসিন্দাসকলে তেওঁলোকক উদ্ধাৰ কৰে। পিছত চেন্থিয়া আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আহতসকলক ততাতৈয়াকৈ চেন্থিয়া ৰাজ্যিক সাধাৰণ চিকিৎসালয়লৈ লৈ যোৱা হৈছে। প্ৰাৰম্ভিক চিকিৎসাৰ পিছত এজন ব্যক্তিক অব্যাহতি দিয়া হৈছে। বাকী চাৰিজন এতিয়াও চিকিৎসালয়তে আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক