--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অটো, বাছ, ট্ৰাক বা টেক্সিৰ পাছফালে লিখা ধেমেলীয়া লেখাবোৰে প্ৰায়ে আন যাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰে। এনে ধেমেলীয়া লেখাৰ এখন ছবি শেহতীয়াকৈ ছচিয়েল মিডিয়াত বিয়পি পৰিছে।

ছবিখনত অটোৰিক্সাৰ পিছফালৰ গ্লাছত ইংৰাজী ভাষাত লিখা এটা বাক্য দেখা গৈছে- ''দুঃখিত ছোৱালীবোৰ! মোৰ পত্নী বৰ খঙাল।'' তাৰ এফালে ড্ৰাইভাৰৰ নামো লিখা আছে।

ছবিখন বিয়পি পৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত হাঁহিৰ উদ্ৰেক ঘটিছে। বংশিকা গাৰ্গ নামৰ এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে পোষ্টটো শ্বেয়াৰ কৰাৰ লগে লগে ধুমুহাৰ দৰে মন্তব্য আহিছে।

একাংশই ভাবে যে মহিলা যাত্ৰীক এই অট’ত নিয়া নহয়। আন কোনোবাই ভাবিচে যে এইটো মজা কৰিবলৈকে লিখা হৈছে। কিন্তু কোন চহৰত এই অটোখন চলে তাৰ কোনো স্পষ্ট ইংগিত পোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত দোষ স্বীকাৰ অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডেভিদ ৱাৰ্ণাৰৰ
Advertisement