--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিজৰ ছাত্ৰীৰ প্ৰেমত শিক্ষক পৰা আপুনি শুনিছে, কিন্তু ছাত্ৰীৰ প্ৰেমত শিক্ষয়িত্ৰী পৰা আপুনি শুনিছেনে? এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ভৰতপুৰত।

এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষয়িত্ৰী মীৰাই তেওঁৰ কল্পনা নামৰ ছাত্ৰীগৰাকীৰ প্ৰেমত পৰি বিবাহৰ প্ৰস্তাৱ দিয়ে। প্ৰেম ইমানেই গভীৰ হৈ যায় যে ছাত্ৰীক বিয়া কৰোৱাৰো প্ৰস্তাৱ দিয়ে শিক্ষয়িত্ৰীগৰাকীয়ে।

শিক্ষয়িত্ৰীগৰাকীৰ প্ৰস্তাৱত ছাত্ৰীগৰাকীৰো কোনো আপত্তি নাছিল। শেষত অনেক বাধা বিঘিনী কাটি কৰি এতিয়া তেওঁলোকে বিবাহৰ সম্পৰ্কত বান্ধোন খাইছে।

ইয়াৰ বাবে শিক্ষয়িত্ৰীগৰাকীয়ে নিজৰ লিংগও পৰিবৰ্তন কৰি লৈছে। নাৰীৰ পৰা পুৰুষ হোৱা শিক্ষয়িত্ৰীগৰাকীৰ এতিয়া নতুন নাম হৈছে- আৰভ। এটা সাক্ষাৎকাৰত ছাত্ৰীগৰাকীয়ে কয়- “আমি তেওঁক প্ৰথমৰে পৰা ভালপাইছিলো। এই লিংগ পৰিৱৰ্তন নকৰিলেও মই তেওঁক বিয়া কৰালোহেঁতেন!”

শিক্ষয়িত্ৰীগৰাকীয়ে লিংগ পৰিবৰ্তন কৰাৰ সিদ্ধান্ত ২০১৯ চনতে লৈছিল। অৱশেষত যোৱা ৪ নৱেম্বৰত তেওঁলোকৰ বিবাহ হৈ যায়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক