--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেঞ্চুৰিয়ান টেষ্টত পৰাস্ত হৈ ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত পইণ্ট টেবুলৰ পৰা তললৈ নামি আহিছিল। কেপ টাউনত ঐতিহাসিক টেষ্ট জয়ৰ অন্তত পুনৰ শীৰ্ষস্থান দখল কৰে। শীৰ্ষ স্থানৰ পৰা দুটা স্থান হ্ৰাস পাইছে দক্ষিণ আফ্ৰিকা। কেপ টাউনত জয়লাভ কৰি ভাৰতে লাভ কৰে গুৰুত্বপূৰ্ণ ১২ পইণ্ট। 

শৃংখলাৰ প্ৰথমখন মেচত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাই শীৰ্ষস্থান দখল কৰে। ১০০ শতাংশ পইণ্ট লাভ কৰে। দ্বিতীয়খন টেষ্টত পৰাস্ত হোৱাৰ পিছত সেই পইণ্ট আধালৈ হ্ৰাস পায়। সেইবাবেই ভাৰত প্ৰথম স্থান লাভ কৰিছে।

বৰ্তমান ভাৰতৰ পইণ্ট শতাংশ ৫৪.১৬। ২ খন মেচত জয়লাভ কৰে। এটা হাৰ আৰু এটা পইণ্ট। পেনাল্টিৰ বাবে ২ পইণ্ট কৰ্তন। গতিকে তেওঁলোকৰ পইণ্ট ২৬। আনহাতে দক্ষিণ আফ্ৰিকা ৫০ শতাংশ পইণ্টেৰে দ্বিতীয় স্থানত আছে। নিউজিলেণ্ড, অষ্ট্ৰেলিয়া আৰু বাংলাদেশ ক্ৰমে একে পইণ্ট শতাংশৰে তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত আছে। ৪৫.৮৩ পইণ্টেৰে ষষ্ঠ স্থানত আছে পাকিস্তান। ১৬.৬৭ শতাংশ পইণ্টেৰে সপ্তম স্থানত আছে ৱেষ্ট ইণ্ডিজ। ইংলেণ্ড অষ্টম স্থানত আছে। তেওঁলোকৰ পইণ্টৰ শতাংশ ১৫। শ্ৰীলংকাই এতিয়াও বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত কোনো মেচ খেলিব পৰা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement