--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত দ্বিতীয়খন টেষ্টৰ প্ৰথম দিনাই ২৩টা উইকেট পতন হোৱা পৰিলক্ষিত হয়। দক্ষিণ আফ্ৰিকাৰ ইনিংছ দুঘণ্টাত সমাপ্ত হোৱাৰ বিপৰীতে ভাৰতৰ ইনিংছ তিনি ঘণ্টাত সমাপ্ত হয়। বহু লোক আচৰিত হয়। এই বিষয়ে মন্তব্য কৰে শচীন টেণ্ডুলকাৰে।

প্ৰথমে বেটিং কৰি মহম্মদ ছিৰাজে ৬টা উইকেট দখল কৰাৰ লগতে দক্ষিণ আফ্ৰিকাই ৫৫ ৰান সংগ্ৰহ কৰি অন্ত পেলায়। প্ৰত্যুত্তৰত ভাৰতৰ ইনিংছ ১৫৩ ৰানত সমাপ্ত হয়। দ্বিতীয় ইনিংছত বেটিং কৰিবলৈ অহাৰ পিছতো দক্ষিণ আফ্ৰিকাই ৩টা উইকেট হেৰুৱাইছে।

এই সন্দৰ্ভত বুধবাৰে নিশা শচীনে এটা ধেমেলীয়া টুইট কৰে। লিখিছে, ‘সঁচাকৈয়ে বিশ্বাস কৰিব পৰা নাই! দক্ষিণ আফ্ৰিকা অল আউট হোৱাৰ সময়ত মই বিমান ধৰিলোঁ। এতিয়া ঘৰলৈ উভতি আহি টিভিত চাই দেখো দক্ষিণ আফ্ৰিকাই ৩ উইকেট হেৰুৱাইছে। ’’

দক্ষিণ আফ্ৰিকাৰ ভূমিত এদিনতে ইমানবোৰ উইকেট পৰিল। টেষ্টৰ প্ৰথম দিনটোত সৰ্বাধিক উইকেট লোৱা হৈছে ১৯০২ চনত ২৫ টা। টেষ্ট মেচত অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড। লগতে ভাৰতে শূন্য ৰাণত ৬টা উইকেট হেৰুৱাই পেলোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক