--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'দা কেৰেলা ষ্ট’ৰী’ক লৈ দেশজুৰি উত্তপ্ত হৈ থকাৰ মাজতে বক্স অফিচত সফলতা লাভ কৰিছে ছৱিখনে। মুক্তিৰ পিছৰে পৰা এই ছবিখনে অভিলেখ সৃষ্টি কৰি আহিছে। আনকি ছলমান খান আৰু আমিৰ খানকো বক্স অফিচত পিছ পেলাইছে কেৰেলা ষ্ট’ৰিয়ে।

বৃহস্পতিবাৰে আমিৰ খান অভিনীত ‘লাল সিং চাধা‘ শীৰ্ষক চিনেমাখনো পিছ পেলাই দ্য কেৰেলা ষ্ট‘ৰীয়ে। আমিৰ খান অভিনীত ছবিখনে বক্স অফিচত উপাৰ্জন কৰিছিল ৬৯.৯২ কোটি টকা। কিন্তু  দ্য কেৰেলা ষ্ট’ৰীয়ে মাত্ৰ ৭ দিনতে এই সংখ্যা অতিক্ৰম কৰিলে।  ‘দ্য কেৰেলা ষ্ট’ৰী’-এ মুক্তিৰ পাছত সমগ্ৰ দেশতে মুঠ ৮১.৩৬ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।

বক্স অফিচ বিশেষজ্ঞ তৰণ আদৰ্শে টুইটাৰযোগে দাবী কৰে যে, ‘দ্য কেৰেলা ষ্ট’ৰী’-এ অতি সোনকালে ২০০ কোটি টকা উপাৰ্জন কৰিব। আনকি ২৫০ কোটি টকাৰ উপাৰ্জন কৰাটোও ছবিখনৰ বাবে বেছি টান নহ’ব। এই ছবিখনৰ আয় প্ৰথম সপ্তাহতকৈ দ্বিতীয় সপ্তাহত অধিক বৃদ্ধি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে