--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰিলায়েন্স জিঅ’ৰ মুৰব্বী মুকেশ আম্বানী বিশ্বৰ অন্যতম ধনী ব্যক্তি। তেওঁৰ পৰিয়ালে পালন কৰে ৰাজকীয় জীৱন। মৰমৰ পত্নী নীতা আম্বানীৰ নামত দৈনিক কোটি কোটি টকা খৰচ কৰে মুকেশ আম্বানীয়ে।

মুকেশ আম্বানীৰ পত্নীয়ে সদায়েই বিলাসী জীৱন যাপন কৰি ভাল পায়। এই কথা আমি সকলোৱে কম বেছি পৰিমাণে জানো। তেওঁৰ বয়স প্ৰায় ৬০ বছৰ। ৬০ বছৰ বয়সতো যিকোনো ষোড়শী গাভৰুক নিজৰ সৌন্দৰ্যৰে পৰাস্ত কৰিব পৰা ক্ষমতা আছে নীতা আম্বানীৰ। সৌন্দৰ্য, ফেশ্যন আৰু ষ্টাইলৰ বাবে সদায়ে চৰ্চাত থাকে এইগৰাকী ধন কুবেৰৰ পত্নী।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত আলোচনা হৈছে যে মুকেশ আম্বানী নহয়, নীতাই আন এজন মানুহকহে অধিক সময় দিছে। কেৱল সেয়াই নহয়, যিকোনো পাৰ্টিত যেতিয়াই নীতা আম্বানী হাজিৰ হয় তেতিয়াই নীতাক সংগ দিয়ে এই ব্যক্তিজনে। তেওঁ আন কোনো নহয়, তেওঁ হৈছে নীতা আম্বানীৰ ব্যক্তিগত মেকআপ আৰ্টিষ্ট মিকি কন্ট্ৰাকটৰ।

জনা যায় যে মিকি কন্ট্ৰাকটৰক নীতা আম্বানীৰ ব্যক্তিগত মেকআপ আৰ্টিষ্ট হিচাপে নিযুক্তি দিয়া হৈছে। অৱশ্যে কেতিয়াবা তেওঁ আম্বানীৰ কন্যা আৰু বোৱাৰীয়েককো মেকআপ কৰে। 

উল্লেখ্য যে মাত্ৰ এবাৰ মেকআপ কৰাৰ বাবে মিকিয়ে প্ৰায় ৭০ হাজাৰ টকা লাভ কৰে আম্বানীৰ পৰিয়ালৰ পৰা। বলীউডৰ বহু অভিনেত্ৰীকো মেকআপ কৰে মিকিয়ে। সেই তালিকাত আছে ঐশ্বৰ্য ৰায় বচ্চন, দীপিকা পাডুকন, কৰীনা কাপুৰ আদি। আনকি তেওঁ কেইবাখনো বলীউডৰ ছবিত মেকআপ আৰ্টিষ্ট হিচাপেও কাম কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে