--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁৰ নাম প্ৰকাশ সিং। অৱশ্যে বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা ব্যক্তিগত দেহৰক্ষী এই প্ৰকাশক সকলোৱে চনু বুলি চিনি পায়। বিৰাট কোহলী আৰু অনুষ্কাই চনুক পৰিয়ালৰে এজন সদস্য হিচাপে চায়। আনকি চিনেমাৰ ছেটতো অভিনেত্ৰীগৰাকীয়ে তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ নাপাহৰে।

শেহতীয়াকৈ চনুৰ দৰমহাৰ পৰিমাণ প্ৰকাশ কৰা হৈছে। বহুতে এই দৰমহাৰ পৰিমাণ দেখি আচৰিত হৈছে। এটা সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি চনুৱে বছৰি ১.২০ কোটি টকা উপাৰ্জন কৰে। অৰ্থাৎ প্ৰতি মাহে ১০ লাখ টকা আয় কৰে। অৰ্থাৎ অনুষ্কা-বিৰাটৰ দেহৰক্ষীয়ে বাৰ্ষিক উপাৰ্জনৰ পৰিমাণত বহুতো বাণিজ্যিক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াকো পৰাজিত কৰিব পাৰে।

বহুতো তাৰকাই সুৰক্ষাৰ বাবে যথেষ্ট ধন ব্যয় কৰে। অনুষ্কা আৰু বিৰাট ভাৰতীয় চলচ্চিত্ৰ আৰু ক্ৰিকেটৰ 'পাৱাৰ কাপল'। তেওঁলোকৰ অনুৰাগীৰ সংখ্যা কম নহয়।  চনুৱে বিয়াৰ আগৰে পৰা অনুষ্কাৰ ব্যক্তিগত দেহৰক্ষী হিচাপে কাম কৰি আহিছে। এতিয়া  তেওঁ বিৰাটৰ নিৰাপত্তা প্ৰধান হিচাপেও কাম কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক