--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰীলংকাই যোৱাবাৰ এছিয়া কাপত জয়লাভ কৰিছিল। এইবাৰো ফাইনেলত প্ৰৱেশ কৰে। পাকিস্তানৰ সলনি এইবাৰ ভাৰত। পুনৰ দাছুন ছানাকাৰ হাতত উঠিব নেকি ট্ৰফী? নে এছিয়া কাপ জয় কৰিব ভাৰতে?

খেলখনৰ প্ৰাকক্ষণত শ্ৰীলংকাৰ অধিনায়ক দছুন শানাকাই কয় যে তেওঁলোকে নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ সাজু। তেওঁ লগতে কয় যে বিশ্বকাপৰ পূৰ্বে সঠিক সময়ত শ্ৰীলংকা ফৰ্মলৈ আহিছে।

ভাৰতৰ বিৰুদ্ধে খেলৰ পূৰ্বে শনাকাই কয়-  ''বিশ্বকাপৰ ঠিক সময়ত আমি শীৰ্ষ ফৰ্মত আছো। দেশৰ বাবে যৎপৰোনাস্তি দিবলৈ সাজু হৈছে সকলো। আমি আণ্ডাৰডগ হিচাপে খেলিছিলো। সকলোৱে নিজৰ সাধ্য অনুসৰি দলটোক ফাইনেললৈ লৈ গৈছে। একেৰাহে দুবাৰকৈ ফাইনেলত প্ৰৱেশ কৰাটো মুখৰ  কথা নহয়। সমৰ্থকৰ পৰা বহু বাৰ্তা পাইছো।’’

তেওঁৰ ভাষাত- "আমি সম্পূৰ্ণ প্ৰস্তুত। খেলপথাৰখন চাই খেলখনৰ প্ৰথম এঘাৰখন হ’ব। সমগ্ৰ প্ৰতিযোগিতাখনত খেলপথাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আমিও আগৰ মেচবোৰত দলটো একেদৰেই বাছনি কৰিছিলো। ভাৰতৰ বিৰুদ্ধে প্ৰথমে উইকেট ল’ব লাগিব।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক