--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ। মুলতানত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে নেপাল। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে সম্প্ৰচাৰকসকলে কমেণ্টেটৰসকলৰ তালিকা ঘোষণা কৰে। সেই তালিকাত আছে ৰবি শাস্ত্ৰী, গৌতম গম্ভীৰৰ দৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ। ইয়াৰ উপৰিও পাকিস্তান আৰু শ্ৰীলংকাৰ বিখ্যাত তাৰকাসকলকো তলিকাত ৰখা হৈছে।

ভাৰতৰ পৰা আছে ৰবি শাস্ত্ৰী, সঞ্জয় মঞ্জৰেকাৰ, গৌতম গম্ভীৰ, ইৰফান পাঠান আৰু দীপ দাসগুপ্ত। পাকিস্তানৰ আছে ৱাছিম ​​আক্ৰাম, ৱাকাৰ ইউনিছ, ৰমিজ ৰাজা আৰু বাজিদ খান। শ্ৰীলংকাৰ পৰা ঈছে প্ৰাক্তন ক্ৰিকেটাৰ ৰাছেল আৰ্নল্ডক। বাংলাদেশৰ একমাত্ৰ প্ৰতিনিধি অথৰ আলী খান। এছিয়াৰ বাহিৰতো নিউজিলেণ্ডৰ এজন মন্তব্যকাৰীক ৰখা হৈছে। তেওঁ হৈছে প্ৰাক্তন ক্ৰিকেটাৰ স্কট ষ্টাইৰিছ।

এছিয়া কাপত পাকিস্তানত চাৰিখন মেচ থাকিব। বাকী ৯খন খেল শ্ৰীলংকাত অনুষ্ঠিত হ’ব। ডাম্বুল্লাত আয়োজন কৰা হ’ব ভাৰত-পাকিস্তানৰ খেল। বিশ্বকাপৰ কথা মনত ৰাখি এইবাৰৰ এছিয়া কাপ ৫০ অভাৰৰ ফৰ্মেটত খেলোৱা হ’ব। পাকিস্তানত গ্ৰুপ পৰ্যায়ৰ তিনিখন খেল অনুষ্ঠিত হ’ব। ছুপাৰ ফোৰৰ মেচ অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক