--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া কাপ ২০২৩ সন্দৰ্ভত এতিয়াও একো পৰিষ্কাৰ হোৱা নাই। এনে পৰিস্থিতিত পাকিস্তান ক্ৰিকেট ব’ৰ্ড (পিচিবি)ৰ বাবে এইবাৰ অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ বাতিল হোৱাৰ সম্ভাৱনা থকাৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে পাঁচখন দেশৰ মাজত এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে। এই প্ৰতিযোগিতাখন আয়োজন কৰাৰ স্থিতি অক্ষুণ্ণ ৰাখিছে দেশে।

বিচিচিআইয়ে যোৱা বছৰৰ অক্টোবৰ মাহত ঘোষণা কৰিছিল যে ভাৰতীয় দলটোৱে এছিয়া কাপ ২০২৩ৰ বাবে পাকিস্তান ভ্ৰমণ নকৰে। ইয়াৰ লগতে প্ৰতিযোগিতাখন কোনো নিৰপেক্ষ স্থানলৈ স্থানান্তৰ কৰা হ’ব বুলিও কোৱা হৈছিল। ইয়াৰ পূৰ্বে ২০১৮ চনত এছিয়া কাপ ভাৰতে আয়োজন কৰিছিল যদিও কিছু কাৰণত এই প্ৰতিযোগিতাখন ইউ এ ইত আয়োজন কৰা হৈছিল।

পাকিস্তান ক্ৰিকেট ব’ৰ্ডে নিজৰ দেশতে প্ৰতিযোগিতাখন সম্পন্ন কৰাৰ স্থিতি দৃঢ়। এই কথা দেখি প্ৰতিযোগিতাখন (এছিয়া কাপ ২০২৩) বাতিল হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন  প্ৰতিবেদনত দাবী কৰা হৈছে যে বিচিচিআইয়ে পাঁচখন দেশৰ প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুতি চলাইছে,অৱশ্যে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে বিচিচিআইয়ে কোনো কথা স্পষ্ট কৰা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে