--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী তথা মডেল উৰ্বশী ৰাউটেলাই প্ৰায়ে নিজৰ কামৰ বাতৰিৰ শিৰোনাম দখল কৰে। ইয়াৰ লগতে উৰ্বশীয়ে বহু টকাও উপাৰ্জন কৰে, যাৰ পৰিমাণ জানি আপুনি আচৰিত হ’ব৷ CNolage.com পৰ্টেল অনুসৰি উৰ্বশী ৰাউটেলাৰ সম্পত্তি ৬ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৫০ কোটি টকা।তেওঁ প্ৰতিমাহে ৩৫-৪০ লাখ টকা উপাৰ্জন কৰে।
 Urvashi Rautela Income: हल्के में मत लीजिए... पूरे साल की आपकी कमाई से ज्यादा एक दिन में कमा लेती हैं उर्वशी रौतेला
এনেদৰে চালে গমিব পাৰি যে উৰ্বশীয়ে প্ৰতিদিনে একৰ পৰা ডেৰ লাখ টকা উপাৰ্জন কৰে।এই কথা লক্ষ্যণীয় যে আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ এক অধ্যয়নত কোৱা হৈছে যে ভাৰতৰ ৮০ শতাংশতকৈ অধিক লোকৰ বাৰ্ষিক আয় ১ লাখ টকাতকৈও কম।আনহাতে গোটেই বছৰটো হিচাপ কৰিলে উৰ্বশীৰ বাৰ্ষিক গড় উপাৰ্জন প্ৰায় ৫ কোটি টকা হয়। যোৱা বছৰ সমগ্ৰ ভাৰতবৰ্ষত মাত্ৰ ৮৬০০ লোকেহে ৫ কোটি টকা বা তাতকৈ অধিক টকাৰ আইটিআৰ দাখিল কৰিছিল।
Urvashi Rautela Income: हल्के में मत लीजिए... पूरे साल की आपकी कमाई से ज्यादा एक दिन में कमा लेती हैं उर्वशी रौतेला
উৰ্বশীৰ উপাৰ্জনৰ মূল উৎস হৈছে ছবি আৰু এলবামৰ কাম। আগন্তুক দিনত উৰ্বশীক পাৰবিন বাবীৰ বায়’পিকত মুখ্য চৰিত্ৰত দেখা যাব।খবৰ অনুসৰি শেহতীয়াকৈ উৰ্বশীয়ে দক্ষিণ ভাৰতৰ তাৰকাৰে সজ্জিত এখন চিনেমাটো কাম কৰিছে। তাৰ মাজতে উৰ্বশীক মাত্ৰ ৩ মিনিটৰ নৃত্যাংশত দেখা যাব, যাৰ বাবে তেওঁ ২-৩ কোটি টকা লোৱা বুলি জানিব পৰা গৈছে।
Urvashi Rautela Income: हल्के में मत लीजिए... पूरे साल की आपकी कमाई से ज्यादा एक दिन में कमा लेती हैं उर्वशी रौतेला
উৰ্বশী ৰাউটেলাৰ বাবে ব্ৰেণ্ডসমূহৰ প্ৰচাৰ আন এক উপাৰ্জনৰ উৎস। ছ’চিয়েল মিডিয়াত তেওঁৰ কোটি কোটি ফ’ল’ৱাৰে তেওঁৰ ব্ৰেণ্ড মূল্য বৃদ্ধি কৰে। এই কাৰণেই হোম কেয়াৰ আৰু এপ্লাইয়েন্সৰ ব্ৰেণ্ড লংৱেই শেহতীয়াকৈ তেওঁৰ লগত ব্ৰেণ্ড এম্বেছাদৰ হিচাপে চুক্তিবদ্ধ হৈছে ।ইয়াৰ উপৰিও ছ’চিয়েল মিডিয়াৰ কন্টেন্টৰ পৰাও উৰ্বশী ৰাউটেলাই বহু উপাৰ্জন কৰে। আজিকালি কন্টেন্ট ক্ৰিয়েচন ইকনমিৰ উত্থান ঘটিছে আৰু বৃহৎ সংখ্যক ফ’ল’ৱাৰ থকা মানুহে সহজেই ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী হিচাপে উপাৰ্জন কৰিব পাৰে।
Urvashi Rautela Income: हल्के में मत लीजिए... पूरे साल की आपकी कमाई से ज्यादा एक दिन में कमा लेती हैं उर्वशी रौतेला

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক