--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঈদৰ উৎযাপনৰ মাজতে বাংলাদেশৰ পৰা আহিছে এক দুঃখবৰ৷বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা আহি থকা পদ্ম ট্ৰেভেলছৰ যাত্ৰীবাহী বাছ দুৰ্ঘটনাত পতিত হৈ  ৮ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে ২ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে ৬ জন লোকক চিকিৎসালয়লৈ যোৱাৰ পথত মৃত্যু হয়। 

বৃহস্পতিবাৰে পুৱা ৮:৪৫ বজাত মুনছিগঞ্জৰ শ্ৰীনগৰ অঞ্চলত এখন বাছে পথৰ কাষত ৰখাই থোৱা এখন ভঙা ট্ৰাকৰ সংঘৰ্ষত এই ঘটনা সংঘটিত হয়। বাছখনৰ যাত্ৰীসকলৰ মতে, এই পৰ্যন্ত মৃত্যু হৈছে ৮জন লোকৰ। বাছখন ঘাইপথত প্ৰৱেশ কৰাৰ পিছতে বাছখনে বাছখনে গতি সীমা অতিক্ৰম কৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা।

ঘাইপথ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, যাত্ৰীবাহী বাছখনে পথৰ কাষত এখন ভঙা ট্ৰাকৰ সৈতে খুন্দা মৰাৰ ফলত দুৰ্ঘটনা সংঘটিত হয়। আহত আৰু নিহতসকলক বিভিন্ন চিকিৎসালয়লৈ লৈ যোৱা হৈছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস