--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নহৰুৱে খাদ্যৰ সোৱাদ বৃদ্ধিৰ কাম কৰে। বহুতে কেঁচা নহৰুও খায়। প্ৰতিদিনে পুৱা এফোটা নহৰু খালে স্বাস্থ্যৰ বহু উপকাৰ লাভ কৰিব পাৰি।

দৈনিক এফোটা নহৰু সেৱন কৰিলে গেষ্ট্ৰিক ৰসৰ পি এইচ উন্নত হয়, আনহাতে ই পাচনতন্ত্ৰ বজাই ৰখাত সহায় কৰে।

ৰক্তচাপ কমোৱাত নহৰু অতি উপকাৰী। প্ৰতিদিনে পুৱা এফোটা নহৰু খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। সেয়েহে দৈনিক সেৱন কৰিব পাৰে।

খালী পেটত এফোটা নহৰু সেৱন কৰিলে তেজত কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। সেইবাবেই দৈনিক সেৱন কৰিব পাৰি।

স্বাস্থ্যৰ বাবে নহৰু অতি উপকাৰী। যদি দৈনিক খালী পেটত এফোটা নহৰু খায়, তেতিয়াহ’লে মানসিক চাপ অনুভৱ নকৰে।

নহৰুৱে প্ৰদাহ কমোৱাত সহায় কৰিব পাৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। এনে পৰিস্থিতিত যদি আঙুলি ফুলাৰ সমস্যা হয়, তেন্তে নহৰু খাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ