--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নিজকে সুস্থ কৰি ৰাখিবলৈ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো অতি প্ৰয়োজন। আপুনি জানেনে যে এফুট নহৰুৱে কেন্সাৰৰ দৰে ডাঙৰ ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে। হৃদযন্ত্ৰৰ লগত জড়িত ৰোগো নহৰুৱে দূৰ কৰিব পৰাৰ লগতে নহৰু-মৌৰ মিশ্ৰণ নিয়মিতভাৱে সেৱন কৰিলে হৃদযন্ত্ৰলৈ যোৱা ধমনীত জমা হোৱা চৰ্বি আঁতৰাই পেলায়, যাৰ ফলত হৃদযন্ত্ৰলৈ ৰক্ত সঞ্চালন সঠিকভাৱে হয়।

 এফুট নহৰৱে কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে-

শীতকালত নহৰু অতি উপকাৰী। ইয়াৰ প্ৰভাৱ গৰম, সেইবাবেই নহৰু সেৱনে শৰীৰটোক গৰম কৰি ৰাখে আৰু ঠাণ্ডাৰ পৰা ৰক্ষা কৰে। ইয়াৰ উপৰি প্ৰষ্টেট আৰু স্তন কেন্সাৰৰ পৰাও সুৰক্ষা প্ৰদান কৰে। নহৰুত এন্টিফাংগেল গুণ পোৱা যায়, যাৰ বাবে ই ৰোগৰ পৰাই নহয় ছালৰ লগত জড়িত যিকোনো সমস্যাৰ পৰাও সকাহ দিয়ে।

 আনহাতে, আমি খাদ্য সোৱাদ বৃদ্ধি কৰিবলৈ নহৰু ব্যৱহাৰ কৰো। কিন্তু যিকোনো সেউজীয়া শাকত নহৰু দিলে সেই শাকৰ সোৱাদ দুগুণ হয়। ইয়াৰ উপৰি নহৰুত এনে উপকাৰী উপাদান থাকে, যিয়ে শৰীৰত বিকশিত হোৱা ৰোগো দূৰ কৰে। পুৱা খালী পেটত নহৰু খালে বহুতো উপকাৰ পোৱা যায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক