--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ এখন আদালতে শনিবাৰে আপ নেতা মনীষ চিছোদিয়াৰ ন্যায়িক জিম্মাৰ ম্যাদ ২৮ মে’লৈ বৃদ্ধি কৰিছে।

ন্যায়িক জিম্মাৰ ম্যাদ উকলি যোৱাৰ বাবে আদালতত হাজিৰ কৰোৱা ছিচোদিয়াই সংবাদ মাধ্যমৰ আগত কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দিল্লীত অৰবিন্দ কেজৰিৱালৰ কাম বন্ধ কৰাব নোৱাৰিব। 

আদালতে শুকুৰবাৰে ছিচোদিয়াৰ জামিন আবেদন খাৰিজ কৰি কয়, অৰ্থনৈতিক অপৰাধৰ গোচৰটোৱে সাধাৰণ জনতা আৰু সমাজৰ ওপৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ 

প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) ৯ মাৰ্চত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়াক সুৰা নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল।

ছিচোদিয়াক চিবিআইয়ে ইয়াৰ পূৰ্বে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (জিএনচিটিডি) আবকাৰী নীতি প্ৰস্তুত আৰু ৰূপায়ণত অনিয়মৰ অভিযোগৰ তদন্তত গ্ৰেপ্তাৰ কৰিছিল। তেওঁ বৰ্তমান দুয়োটা গোচৰতে ন্যায়িক জিম্মাত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে