--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাহুল গান্ধীৰ পাছত আৰু এগৰাকী সাংসদে সাংসদ পদ হেৰুওৱাৰ উপক্ৰম হৈছে৷ উত্তৰ প্ৰদেশৰ এখন বিশেষ বিশেষ আদালতে অপহৰণ আৰু হত্যাৰ গোচৰত কাৰাগাৰত বন্দী গেংষ্টাৰৰ পৰা ৰাজনীতিবিদ হোৱা মুখতাৰ আনছাৰীক দোষী সাব্যস্ত কৰাৰ কেইঘণ্টামান পাছত তেওঁৰ ভাতৃ বহুজন সমাজ পাৰ্টিৰ সাংসদ আফজল আনছাৰীকো ২০০৭ চনৰ একেটা গেংষ্টাৰ আইনৰ গোচৰত দোষী সাব্যস্ত কৰিছে আৰু চাৰি বছৰৰ কাৰাদণ্ড বিহিছে৷

আদালতে মুখতাৰ আনছাৰীৰ ওপৰত ৫ লাখ আৰু আফজল আনছাৰীৰ ওপৰত ১ লাখ টকাৰ জৰিমনা আৰোপ কৰিছে৷ এওঁলোকক বিজেপি বিধায়ক কৃষ্ণানন্দ ৰায়ৰ হত্যা সম্পৰ্কীয় এটা অপহৰণ আৰু হত্যাৰ গোচৰত অভিযুক্ত কৰা হৈছিল।

দোষী সাব্যস্ত হোৱাৰ লগে লগে আফজাল আনছাৰীয়ে তেওঁৰ লোকসভাৰ সদস্যপদ হেৰুৱাবলৈ সাজু হৈছে, কিয়নো সংসদৰ নিয়ম অনুসৰি দুবছৰ বা ততোধিক সময়ৰ কাৰাদণ্ডৰে দণ্ডিত যিকোনো সদস্য স্বয়ংক্ৰিয়ভাৱে অযোগ্য ঘোষণা কৰা হয়। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে শেহতীয়াকৈ ২০১৯ৰ মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত আৰু দুবছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰাৰ পাছত একে নিয়ম অনুসৰি তেওঁৰ সাংসদ পদৰ মৰ্যাদা হেৰুৱাইছিল।

ইয়াৰ পূৰ্বে আজি মুখতাৰ আনছাৰী আৰু তেওঁৰ ভাতৃ আফজল আনছাৰীয়ে গাজীপুৰত হত্যা কৰা প্ৰয়াত বিজেপি বিধায়ক কৃষ্ণানন্দ ৰায়ৰ পত্নীয়ে উত্তৰ প্ৰদেশত মাফিয়াৰ শাসন সমাপ্ত হৈছে আৰু ন্যায়পালিকাৰ ওপৰত তেওঁৰ বিশ্বাস আছে বুলি উল্লেখ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল