--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গীতাৰ জ্ঞান মানুহৰ জীৱনৰ বাবে মূল্যৱান। গীতা হৈছে জীৱনৰ সম্পূৰ্ণ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা ব্যক্তিজনেই শ্ৰেষ্ঠ। গীতাৰ মতে দুটা কথাই মানুহক অসুস্থ কৰি তোলে।

শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাৰ বৰ্ণনা কৰা হৈছে। গীতাৰ এই শিক্ষাসমূহ শ্ৰীকৃষ্ণই মহাভাৰত যুদ্ধৰ সময়ত অৰ্জুনক দিছিল। গীতাত দিয়া শিক্ষাবোৰ আজিও ইমানেই প্ৰাসংগিক আৰু মানুহক জীৱন যাপনৰ সঠিক পথ দেখুৱাইছে। জীৱনত গীতাৰ কথা গ্ৰহণ কৰি এজন ব্যক্তিয়ে বহুত প্ৰগতি লাভ কৰে। মানুহক কেনেকৈ জীয়াই থাকিব লাগে সেই বিষয়ে শিকোৱা একমাত্ৰ গ্ৰন্থখন হ'ল গীতা। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকায়। শ্ৰীমদ্ভাগৱত গীতা হৈছে জীৱনৰ সম্পূৰ্ণ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা ব্যক্তিজনেই শ্ৰেষ্ঠ। শ্ৰী কৃষ্ণই গীতাত কৈছে যে এই দুটা কথাই মানুহক অসুস্থ কৰি তোলে।

গীতাৰ বহুমূলীয়া বাক্য

১) শ্ৰী কৃষ্ণই গীতাত কৈছে যে অত্যধিক আৰাম আৰু অত্যধিক প্ৰেমে মানুহক অসুস্থ কৰি তোলে।

২) গীতাৰ মতে সময়ে কেতিয়া কি ৰং দেখুৱাব কোনেও নাজানে, নহ’লে শ্ৰীৰাম অযোধ্যাৰ ৰজা হ'ল হয় । বনবাসলে‌‌ যাব লগা নহ'ল হেঁতেন।

৩) শ্ৰী কৃষ্ণই কৈছে যে মানুহ টকা ধনেৰে ধনী নহয়, প্ৰকৃত ধনী হ'ল যিজনৰ ভাল চিন্তা, মধুৰ আচৰণ আৰু সুন্দৰ চিন্তা থাকে।

৪) এজন ব্যক্তিয়ে অকলে জন্ম লৈ অকলে মৃত্যুবৰণ কৰে আৰু তেওঁ নিজেই নিজৰ ভাল বেয়া কামৰ ফল বহন কৰে।

৫) গীতাৰ মতে কালি জীৱনটো বুজি পোৱাৰ এটা ভাল সুযোগ আৰু কাইলৈ ​​জীৱনটো জীয়াই থকাৰ আন এক সুযোগ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক