--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তুলসী পাতৰ বহু ঔষধী গুণ আছে। এই নিয়ম অনুসৰি তুলসী পাত খালে ডায়েবেটিছ, হাই-প্ৰেচাৰ আৰু ছাল আৰু চুলিৰ সকলো সমস্যা দূৰ হ’ব।

ৰাতিপুৱা খালী পেটত তুলসী পাত খালেই যথেষ্ট নহয়, সঠিক নিয়ম জানিব লাগিব।

প্ৰতিদিনে তুলসী পাত খোৱাৰ অনেক উপকাৰিতা আছে। তুলসী পাতে চকুৰ দৃষ্টিশক্তি ভাল ৰাখে।

তুলসীৰ পাতে মূলতঃ চুলি আৰু ছালৰ সমস্যা নিৰাময় কৰে আনকি ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপো তুলসীৰ পাতৰ দ্বাৰা নিৰাময় হয়।

ইচ্ছা কৰিলে ৰাতিপুৱা কেইটামান তুলসী পাতেৰে চাহ বনাব পাৰে ডায়েবেটিছ আৰু তেজৰ চেনি নিয়ন্ত্ৰণত তুলসীৰ ভূমিকা অপৰিসীম।

তিনি-চাৰিটা তুলসীৰ পাত মুখত চোবাই খাব পাৰে বা আগৰ নিশা তুলসীৰ পাত পানীত তিয়াই পিছদিনা ৰাতিপুৱা খাব পাৰে। তুলসীয়ে হজম শক্তিত সহায় কৰে আৰু গেছ আৰু পেট ফুলা কমাব পাৰে। তুলসীৰ পানী খালে হজম শক্তিত সহায় হয়।

ইয়াৰ উপৰিও তুলসী পানীয়ে আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আৰু বীজাণু ওলাই যোৱাত সহায় কৰে। ই পাচনতন্ত্ৰৰ বিকাৰক নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।

তুলসীৰ এন্টি-মাইক্ৰ’বিয়াল গুণ আছে যিয়ে মুখৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু মুখৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰে। তুলসী তিয়াই থোৱা পানীৰে গাৰ্গল কৰিলে মুখৰ দুৰ্গন্ধ কমিব পাৰে।

তুলসী পাত ব্যৱহাৰ কৰিলেও চুলিৰ লগত জড়িত সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। তুলসী আয়ুৰ্বেদিক বনৌষধিৰ এক গুৰুত্বপূৰ্ণ অংগ ইয়াৰ পাত ব্যৱহাৰ কৰি চুলিৰ সমস্যা দূৰ কৰিব পাৰি।

এই পেকটো কেনেকৈ ব্যৱহাৰ কৰিব! মূলতঃ ইয়াক বনাবলৈ তুলসীৰ পেষ্ট বনাব লাগিব এতিয়া এই মিশ্ৰণটো উতলাই লওক, যেতিয়া ই ঠাণ্ডা হ’ব, তেতিয়া চুলিত লগাওক। নাৰিকল তেলৰ সৈতে উতলাই গৰম হৈ থকাৰ সময়ত মূৰত মালিচ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ