--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ প্ৰসিদ্ধ প্ৰবীণ অভিনেতা নাছিৰুদ্দিন শ্বাহ এক ৰোগত আক্ৰান্ত হৈছে। অভিনেতাগৰাকীয়ে নিজ মুখে জনালে এই কথা। BFC_ ৭১ বছৰীয়া অভিনেতাগৰাকীয়ে কয় যে "মই অনোমাটোমেনিয়া (onomatomania) নামৰ এক ৰোগত আক্ৰান্ত। এই ৰোগে মোক শান্তিৰে জীয়াই থাকিবলৈ দিয়া নাই। মই ধেমালি কৰা নাই। এয়া এক মেডিকেল কণ্ডিচন হয়। আপুনি অভিধান চাই এই ৰোগ কি বুজিব পাৰিব।" তেওঁ লগতে কয় যে,"অনোমাটোমেনিয়া হৈছে এনে এক ৰোগ য'ত আপুনি যিকোনো সময়ত এটা শব্দ, বাক্য, বাক্যাংশ বা বক্তব্য এনেই বিনা কাৰণত আওঁৰাই থাকে। বাৰে বাৰে সেই কথাবোৰ পুনৰাবৃত্তি কৰি থাকে। এইটো মোৰ সৈতে প্ৰতি মুহূৰ্তত ঘটে, সেয়েহে মোৰ একেবাৰে শান্তি নোহোৱা হৈছে। আনকি যেতিয়া মই শুই থাকো, মই ভাল পোৱা যিকোনো এটা পাঠ বা কথা আওঁৰাই থাকো।এনেকুৱা হ'লে কোনো মানুহ শান্তিত থাকিব নোৱাৰে।" উল্লেখ্য যে নাছিৰুদ্দিন শ্বাহক শেষবাৰৰ বাবে 'গেহৰাইয়া'ত দেখা গৈছিল। এই ছবিখনত দীপিকা পাডুকনৰ দেউতাকৰ চৰিত্ৰত অভিনয় কৰিছিল নাছিৰুদ্দিনে। ইয়াৰ উপৰিও তেওঁক ৱেব চিৰিজ 'কৌন বনেগা শিখৰৱতী'তো দেখা গৈছিল। আৰু পঢ়কঃ কুকুৰৰ মৃত্যু! তিনি জাঁই গুলী ফুটাই ৰাজ্যিক মৰ্যাদাৰে জনোৱা হ’ল অন্তিম বিদায়

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু