--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰত প্ৰতিটো দিন এজন নহয় এজন দেৱতাৰ প্ৰতি উৎসৰ্গিত। সোমবাৰৰ দিনটো ভোলেনাথৰ পূজাৰ বাবে উৎসৰ্গা কৰা হয়। এই দিনটোত আন্তৰিকতাৰে শিৱৰ নাম জপ কৰিলে তেওঁ ভক্তৰ সকলো বিপদ আৰু সমস্যা দূৰ কৰি আশীৰ্বাদ প্ৰদান কৰে।

 ভগৱান শিৱক নিয়মিতভাৱে পূজা কৰা হয়, কিন্তু তেওঁক সন্তুষ্ট কৰিবলৈ সোমবাৰৰ দিনটোক অতি বিশেষ বুলি গণ্য কৰা হয়। এই দিনটোত শিৱলিংগত কিছুমান বস্তু পদ্ধতিগতভাৱে আগবঢ়ালে ভোলেনাথ সন্তুষ্ট হৈ ভক্তৰ সকলো দুখ দূৰ কৰি আকাংক্ষিত ফল প্ৰদান কৰে। সেয়েহে কিছুমান সহজ প্ৰতিকাৰৰ বিষয়ে জানো আহক।

সোমবাৰে এই প্ৰতিকাৰসমূহ কৰক-

* জ্যোতিষশাস্ত্ৰ অনুসৰি সোমবাৰে শিৱলিংগত কেঁচা চাউল আগবঢ়ালে ভক্তৰ বিশেষ ইচ্ছা পূৰণ হয়। কিন্তু চাউল আগবঢ়োৱাৰ সময়ত মন কৰিবলগীয়া কথা যে চাউল ভঙা হ’ব নালাগে।

* ইয়াৰ বাহিৰেও শিৱলিংগত নিয়মিতভাৱে চাউল আগবঢ়ালে জীৱনত কেতিয়াও ধন-শস্যৰ অভাৱ নহয়।

* জ্যোতিষৰ মতে যদি আপুনি ধন-সম্পত্তি লাভ কৰিব বিচাৰে তেন্তে প্ৰতি সোমবাৰে শিৱলিংগক পদ্ধতিগতভাৱে পূজা কৰক আৰু ১১মুঠি কেঁচা চাউল পূজাত ৰাখক। ইয়াৰে শিৱলিংগত এমুঠি চাউল আগবঢ়াই বাকী চাউলখিনি কোনো ব্যক্তিক দান কৰিব বা আৰ্তজনক দিব। ৭ সোমবাৰে এই প্ৰতিকাৰ অবিৰতভাৱে কৰিলে ভোলেনাথৰ কৃপাত এজন ব্যক্তিয়ে জীৱনত ধন-সম্পত্তি লাভ কৰে।

* শিৱলিংগত যদি নিয়মিতভাৱে চাউল আগবঢ়োৱা হয়, তেন্তে ভগৱান শিৱ সন্তুষ্ট হৈ ভক্তৰ সুখ-সমৃদ্ধি প্ৰদান কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক