--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসম,প্ৰচুৰ সম্ভাৱনা আৰু প্ৰতিভাৰে পৰিপূৰ্ণ ৰাজ্য৷কিন্তু ক্ৰীড়াৰ দিশত যে আজিও অসম কিছু আন ৰাজ্যসমূহৰ তুলনাত পাছ পৰি ৰৈছে৷এনে এক খেল হ’ল ক্ৰিকেট,ভাৰতবৰ্ষত বৰ্তমান সময়ত আই পি এলৰ জৰিয়তে ক্ৰিকেট জনপ্ৰিয় হোৱাৰ পাছত দুই এক অসমীয়া খেলুৱৈয়েহে বিভিন্ন দলৰ হৈ আই পি এলত অৱতীৰ্ণ হৈছে৷

তাৰে ভিতৰত উল্লেখযোগ্য খেলুৱৈ  হ’ল ৰিয়ান পৰাগ,প্ৰতিভাৰ আকৰ ৰিয়ান পৰাগে পূৰ্বতে নিজৰ বেটিং অথবা বলিং কৌশলেৰে ক্ৰীড়াপ্ৰেমীক আকৃষ্ট কৰিছে,কিন্তু বৰ্তমান সময়ত ৰাজস্থান ৰয়েলছৰ বাবে খেলা এইজন খেলুৱৈৰ আই পি এল ভৱিষ্যতক লৈ বহু প্ৰশ্নচিহ্নৰ উদয় হৈছে৷

ৰিয়ান পৰাগৰ আই পি এল কেৰিয়াৰৰ প্ৰতি  ভাবুকি কঢ়িয়াই আনিছে ধ্ৰুৱ জুৰেলে৷ৰাজস্থান ৰয়েলছৰ যুৱ বেটছমেন ধ্ৰুৱ জুৰেলে কিংবদন্তি এম এছ ধোনীৰ সৈতে খেলপথাৰত উপস্থিত থাকিও হেঁচা অনুভৱ নকৰে। ইয়াৰ বিপৰীতে চেন্নাই ছুপাৰ কিংছৰ অধিনায়কগৰাকীৰ উপস্থিতিয়ে তেওঁক প্ৰেৰণা যোগায় কাৰণ তেওঁ শৈশৱৰ পৰাই কিংবদন্তিগৰাকীৰ খেল চাই আহিছে।ধ্ৰুৱে বিগত মেচকেইখনত প্ৰদৰ্শন কৰিছে বহুত উন্নত মানদণ্ডৰ প্ৰদৰ্শন৷ যাৰ বাবে বহুতে এইয়া ফ্ৰৰ্মবিহীন ৰিয়ানৰ আই পি এল কেৰিয়াৰৰ অৱসান বুলি ঘোষণা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে