--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিত বিনোদন জগতৰ তাৰকা গোট খোৱাটো নতুন কথা নহয়। লোকসভা হওক বা বিধান সভাই হওক - নিৰ্বাচনৰ আগে আগে তাৰকাসকলে দল-সংগঠনে ৰাজনীতিত যোগদান কৰে। এইবাৰ খবৰ আহিছে, আগন্তুক লোকসভা নিৰ্বাচনত কাপুৰ পৰিয়ালৰ দুই কন্যা কৰিশ্মা আৰু কৰীনাইও যুঁজিব।

লোলো আৰু বেবো। কাপুৰ পৰিয়ালৰ এই দুগৰাকী ভগ্নীৰ মৰম বলীউডৰ সকলো ঠাইতে শুনা যায়।স্বামী সঞ্জয়ৰ সৈতে বিচ্ছেদৰ সময়ত দিদিৰ কাষত থিয় হৈ থকা দেখা গৈছিল ভগ্নী কৰীনাক। ভগ্নী কৰীনাক মাজে মাজে দিদিৰ ফালৰ পৰা আঁতৰি যোৱা কেতিয়াও দেখা নগ’ল। গতিকে এইবাৰ ৰাজনীতিৰ ক্ষেত্ৰখনত বায়েকৰ সৈতে নামি আহিব নেকি কৰীনা?

গুজৱ উলাইছে যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ হাতত ধৰি শিৱসেনাত যোগদান কৰিবলৈ ওলাইছে কৰিনা আৰু কৰিশ্মাই। কিন্তু কাপুৰ ‘ভগ্নী’সকলে লোকসভাত শিৱসেনাৰ হৈ যুঁজিব নে নকৰে সেয়া জানিব পৰা হোৱা নাই। আগন্তুক নিৰ্বাচনত দুয়োগৰাকীয়ে শিৱসেনাৰ প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলোৱাও দেখা যাব। কোনো এটা পক্ষই এই সন্দৰ্ভত কোনো কথা কোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ