--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আকৌ ট্ৰাকেৰে যাত্ৰা কৰিলে ৰাহুল গান্ধীয়ে। কিন্তু এইবাৰ ভাৰতত নহয়, এইবাৰ আমেৰিকা ৰাজপথত এগৰাকী ভাৰতীয় বংশোদ্ভৱ ট্ৰাকচালকৰ ট্ৰাকত যাত্ৰা কৰিলে ৰাহুল গান্ধীয়ে। ৱাশ্বিংটন ডি চিৰ পৰা নিউয়ৰ্কলৈ ট্ৰাকেৰে যাত্ৰা কৰি ট্ৰাক চালকৰ লগত সুদীৰ্ঘ সময় কথা পাতিলে প্ৰাক্তন সাংসদ গৰাকীয়ে। 

ৰাহুল গান্ধীয়ে ট্ৰাক চালকজনক সোধে যে ভাৰতীয় ট্ৰাক চালকসকলে আমেৰিকাত কেনেকৈ জীৱন যাপন কৰে আৰু কিমান টকা উপাৰ্জন কৰে। উত্তৰত চালকজনে ক’লে, “আগতে ভাৰতত ট্ৰাক চলাই যিমান উপাৰ্জন কৰিছিলো তাতকৈ মই ইয়াত বহুত বেছি উপাৰ্জন কৰো।’’

ৰাহুলে ক’লে- ''ইয়াৰ চালকসকলৰ কিছু আৰাম আছে। কিন্তু ভাৰতৰ চালকৰ নাই।’’

ৰাহুল গান্ধীয়ে ভ্ৰমণ কৰা ট্ৰাকখনৰ চালকজনৰ নাম তলজিন্দৰ সিং। এই চালকজনৰ লগত ৰাহুল গান্ধীয়ে মূল্যবৃদ্ধিৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজনৈতিক কথা আলোচনা কৰে। 

এই যাত্ৰাৰ সময়ত গান্ধীয়ে আমেৰিকাৰ মাটিত ট্ৰাক চলোৱা চালকসকল আৰু ভাৰতত ট্ৰাক চালকৰ মাজত পাৰ্থক্য বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস