--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষতে ৬৫০০জন ভাৰতীয় কোটিপতিয়ে দেশ এৰি যোৱাৰ আশংকাই দেখা দিছে। হেনলি প্ৰাইভেট ৱেলথ মাইগ্ৰেচন ৰিপ’ৰ্ট-২০২৩ত  এই দাবী কৰা হৈছে। উক্ত প্ৰতিবেদনত কোৱা হৈছে যে এইক্ষেত্ৰত আগশাৰীত আছে চীনৰ কোটিপতিসকল। ভাৰতীয়সকল দ্বিতীয় স্থানত আছে।

অৱশ্যে প্ৰতিবেদনত দ্বিতীয় স্থান লাভ কৰাৰ থকাৰ পিছতো যোৱা বছৰৰ তুলনাত ভাৰতৰ স্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে। যোৱা বছৰ ৭৫০০ জন ভাৰতৰ কোটিপতিয়ে দেশ এৰিছিল।

গৱেষণাৰ মুৰব্বী এণ্ড্ৰু এমোইলছে আঙুলিয়াই দিয়ে যে, "এই বহিঃপ্ৰবাহ বিশেষভাৱে চিন্তনীয় নহয় কাৰণ ভাৰতে বহু বেছি নতুন কোটিপতি উৎপাদন কৰে।"

উল্লেখ্য যে হেনলি ৰিপৰ্টে বিশ্বজুৰি সম্পদ আৰু বিনিয়োগৰ প্ৰব্ৰজনৰ ধাৰা গৱেষণা কৰে। প্ৰতিবেদনখনত কোৱা হৈছে ডুবাই আৰু ছিংগাপুৰ ধনী ভাৰতীয় পৰিয়ালৰ বাবে পছন্দৰ গন্তব্যস্থান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস