--°C
Loading...
Listen to Article
2 min read
80%
দেখিবলৈ পোৱা যায় যে পিতৃ-কন্যাৰ মাজত সদায়ে সম্পৰ্ক মধুৰ হয়। পিতৃ-কন্যাৰ মাজত আত্মীয়তা সদায়ে আন সম্পৰ্কতকৈ পৃথক হয়। সেইয়া লাগিলে ঈশ্বৰ প্ৰদত্ত বা আন যিয়েই নকওঁক আপুনি। এগৰাকী ছোৱালীয়ে মাকক কৱ নোৱাৰা কথা দেউতাকৰ লগত মুক্তমনে পতা দেখা যায়। কেইটামান উদাহৰণ দিলেই এইক্ষেত্ৰত যথেষ্ট হব-

 

দেউতাক সদায় ছোৱালীৰ বাবে বিশেষ। এজন পিতৃৰ বাবেএজনী ছোৱালীৰ অৰ্থ হৈছে এখন বেলেগ পৃথিৱী। প্ৰতিজন দেউতাকে তেওঁৰ ছোৱালীক কোটিৰ মাজত এগৰাকী হোৱাটো বিছাৰে। হয়তো সৌৰভ গাংগুলীয়েও সেইটো বিচাৰে।

 সকলোৱে জানে যে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীৰ সৈতে তেওঁৰ জীয়েক ছানাৰ মিঠা সম্পৰ্কৰ বিষয়ে সকলোৱে জানে। কেতিয়াবা সামাজিক মাধ্যমত পিতৃ আৰু কন্যাৰ বহুতো আমোদজনক কথা পোহৰলৈ আহে। ছানাই এতিয়া ইংলেণ্ডত পঢ়ি আছে। সৌৰভ প্ৰায়ে ছানাক লগ কৰিবলৈ ঢাপলি মেলে ইংলেণ্ডলৈ।

 যিকোনো দেউতাকৰ বাবেতেওঁৰ ছোৱালীৰ অৰ্থ হৈছে মহান। ছোৱালী এজনীৰ অৰ্থ হৈছে ঘৰটো পোহৰ কৰা। আৰু সেইকাৰণে সৌৰভে তেওঁৰ মিঠা ছোৱালীজনীৰ নাম ছানা ৰাখিছিল!

 অমিতাভ বচ্চন আৰু তেওঁৰ কন্যা শ্বেতা বচ্চনৰ মাজতো সম্পৰ্ক মধুৰ। শ্বেতাই নিজেই আনকি তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি বুলি দেউতাক অমিতাভ বচ্চনক কৈছিল। এক সাক্ষাকাৰত শ্বেতাই বিয়া সময়তো দেউতাকক এৰি যাবলৈ বিছৰা নাছিল বুলি প্ৰকাশ পাইছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক