--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ড্ৰাগছ সৰবৰাহৰ গোচৰত কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ হোৱা বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান এতিয়া মুক্ত ৷ আদালতে ড্ৰাগছৰ গোচৰত দোষমুক্ত কৰাৰ পিছতে তেওঁ এতিয়া ঘৰতে সময় অতিবাহিত কৰিছে৷ ঘৰত  এনেয়ে বহি থাকি আমনি লাগিছে শ্বাহৰুখ পুত্ৰৰ৷ সেইবাবে এইবাৰ তেওঁ নিজাকৈ ব্যৱসায় কৰাৰ কথা ভাবিছে৷ সেই মতে তেওঁ কি ব্যৱসায় কৰিব সেয়াও নিৰ্ধাৰণ কৰি লৈছে৷

শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে ব্যৱসায়িক জগতত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত তেওঁৰ পিতৃয়েও বিশেষ সঁহাৰি জনাইছে৷ আৰিয়ান খানে  ভাৰতত তেওঁৰ প্ৰথম ভদকা ব্ৰেণ্ড মুকলি কৰি ব্যৱসায়ৰ জগত খনত খোজ পেলাবলৈ মন্স্থ কৰিছে। ইয়াৰ বাবে তেওঁ আৰু তেওঁৰ একাংশ ব্যৱসায়িক অংশীদাৰে  বিশ্বৰ সৰ্ববৃহৎ ভদকা  ব্ৰিউয়িং কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈছে।

মিণ্টৰ এক  প্ৰতিবেদনত কোৱা হৈছে যে আৰিয়ান খান  আৰু তেওঁৰ দুই অংশীদাৰ - বাণ্টি সিং আৰু লেটি ব্লাগোয়েভাই   প্ৰিমিয়াম ভদকা ব্ৰেণ্ড মুকলি কৰাৰ আৰু পিছলৈ   স্পিৰিট বজাৰত মেলি দিয়াৰ   পৰিকল্পনা কৰিছে। ইয়াৰ বাবে তেওঁলোকে স্লেব ভেঞ্চাৰ নামৰ এটা কোম্পানী প্ৰতিষ্ঠা   কৰিছে৷ এই কোম্পানীটোৱে ভদকাৰ  বিতৰণ আৰু বিপণনৰ উদ্দেশ্যে বিশ্বৰ সৰ্ববৃহৎ ব্ৰেৱাৰ আনহেউজাৰ-বুছ ইনবেভ (এবি ইনবেভ)ৰ  সৈতে চুক্তিবদ্ধ হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক