--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ জনপ্ৰিয় অভিনেত্ৰী ৰকুল প্ৰীত সিঙক তলৱ কৰিলে এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট, চমুকৈ ইডিয়ে। ড্ৰাগছ আৰু বিত্তীয় অনিয়মৰ এক অভিযোগ উঠিছে অভিনেত্ৰীগৰাকীৰ ওপৰত। অহা ১৯ ডিচেম্বৰৰ ভিতৰত তেওঁ ইডিৰ আগত হাজিৰ হ’ব লাগিব।

জানিব পৰামতে, ৰকুল প্ৰীতে ২০১৭ চনৰ এটা ড্ৰাগছ কাণ্ডৰ স’তে জড়িত থকাৰ অভিযোগ উঠিছিল। সেই বৰ্ষৰে তেলেংগানা আবকাৰী দপ্তৰে চলোৱা এটা বৃহৎ অভিযানত ৩ জনক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰমাজতে এজন সংগীতশিল্পীও আছিল।

এতিয়া সেই একে কাণ্ডৰ বাবেই ইডিয়ে তলৱ কৰিছে ৰকুলপ্ৰীতক। কেৱল ৰকুলপ্ৰীতেই নহয়, বহুকেইজন দক্ষিণ ভাৰতৰ তাৰকাক তলৱ কৰিব কৰিব পাৰে ইডিয়ে।

উল্লেখ্য যে শুক্ৰবাৰে ৰকুলপ্ৰীতৰ উপৰিও ভাৰতীয় ৰাষ্ট্ৰ সমিতিৰ বিধায়ক ৰোহিত ৰেড্ডীকো তলৱ কৰে ইডিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক