--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মন কী বাত ৰেডিঅ’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমালয়ৰ ডিমৰুৰ কথা উল্লেখ কৰিছিল। পাহাৰত পোৱা এই ফল স্বাস্থ্যৰ বাবে অতি উপকাৰী। 

উত্তৰাখণ্ডত বহু ধৰণৰ ঔষধ আৰু উদ্ভিদ পোৱা যায়, যিবোৰ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। তাৰে এটা ফল ডিমৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মন কী বাত ৰেডিঅ’ অনুষ্ঠানত এই পাহাৰীয়া ফল অৰ্থাৎ হিমালয়ৰ ডিমৰুৰ বিষয়ে উল্লেখ কৰিছিল। পাহাৰী ডিমৰুত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন এ, বি ১, বি ২ আৰু চি থাকে। ইয়াৰ সোৱাদ একেবাৰে বেলেগ। এই ফল বিধৰ  কিছু উপকাৰিতাৰ বিষয়ে জানো আহক।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই ফলৰ গুৰুত্বৰ বিষয়ে কয়।তেওঁ কয় যে ‘এই ফলত খনিজ আৰু ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়। মানুহে ইয়াক কেৱল ফল হিচাপেই নহয়, বহু ৰোগৰ চিকিৎসাতো ইয়াক ব্যৱহাৰ কৰা হয়। এই ফলৰ এই গুণসমূহৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বজাৰত মুকলি কৰা হৈছে ডিমৰুৰ জাম, চাটনি, আচাৰ আৰু শুকান ফলৰ ৰস।

হিমালয়ান ডিমৰুৰ উপকাৰিতা

১) হিমালয়ৰ ডিমৰুৱে উচ্চ ঘনত্বৰ লাইপোপ্ৰটিন বৃদ্ধি কৰাত সহায় কৰে। ইয়াক খালে হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা কমি যায়।

২) যদি আপোনাৰ ব্লাড চুগাৰ কম হয় তেন্তে হিমালয়ৰ ডিমৰু খাব পাৰে।

৩) যদি তেজত কলেষ্টেৰলৰ মাত্ৰা বেছি হয়, তেন্তে হিমালয়ৰ ডিমৰু আপোনাৰ বাবে ভাল হব পাৰে, ডিমৰু খালে ভাল কলেষ্টেৰল বৃদ্ধি পায়।

৪) কৰ্কট ৰোগ হৈছে এক মাৰাত্মক ৰোগ। হিমালয়ৰ ডিমৰু খালে কৰ্কট ৰোগৰ সম্ভাৱনা কম হয়। খবৰ অনুসৰি ইয়াক খালে পেট আৰু স্তন কেন্সাৰ হোৱাৰ সম্ভাৱনা কম হয়।

৫) ডিমৰুৰ মহিলা আৰু পুৰুষ উভয়ৰে বাবে ভাল। ই ডিম্বাণু নিঃসৰণ আৰু শুক্ৰাণুৰ মানদণ্ড উন্নত কৰিব পাৰে।

৬) আঁহযুক্ত ডিমৰু এটা ডাঙৰ পুষ্টিকৰ জলপান। প্ৰতিবেদন অনুসৰি, ইয়াক খালে ওজন নিয়ন্ত্ৰণত সহায়ক হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী