--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ প্ৰায়  সকলো ঠাইতে কেষ্টৰ বা এৰী  গছ  দেখা যায়। মোচোকা খালে  এৰী পাত মেৰিয়াই থোৱাটো এক পুৰণি নিয়ম।   এৰী গছৰ বহু গুণ আছে। 

এৰী গছৰ পৰা পোৱা তেল অৰ্থাৎ কেষ্টৰ অইলৰ ব্যৱহাৰ এতিয়া বৃদ্ধি পাইছে। কেষ্টৰ অইলৰ  লাভালাভবোৰ জানো আহক

১. মুখৰ ক’লা দাগ পৰিষ্কাৰ কৰে –
কেইটোপালমান কেষ্টৰ অইল আৰু নাৰিকল তেল লওঁক আৰু সেয়া মিহলাই  মুখৰ ক'লা দাগত প্ৰয়োগ কৰক, ই ক'লা দাগবোৰ আঁতৰ কৰিব।

২.বাত বিষত :
কেষ্টৰ তেলেৰে আৰ্থ্ৰাইটিছ ৰোগীক মালিচ কৰিলে বিষত সকাহ দিয়ে। ই পেশীৰ বিষো হ্ৰাস কৰে।


 ৩. বৃক্কৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে –
বৃক্কৰ প্ৰদাহ হ্ৰাস কৰিবলৈ এৰী পাত গৰম কৰি ইয়াক পেটত লগালে  সকাহ  পোৱা যায়। 

8. চকুৰ যত্নত 
কেইটোপালমান কেষ্টৰ তেল লওঁক আৰু চকুৰ চাৰিওফালে লাহে লাহে মালিচ কৰক, ই চকুফুলা উপশম কৰিব।

৫. ছালৰ বাবে 
ছালত সানিলে এই তেলে এক ময়েশ্চাৰাইজাৰৰ দৰে কাম কৰে ,যি তেলে  অকাল বয়স বৃদ্ধি প্ৰতিহত কৰে আৰু ছাল সতেজকৰি ৰাখে।  


৬. ঋতুস্ৰাৱৰ বিকাৰত সকাহ -
ঋতুস্ৰাৱৰ সময়ত বিষৰ পৰা পৰিত্ৰাণ পাবলৈ, কেষ্টৰপাত গৰম কৰি  পেটত লগালে বিষৰ পৰা সকাহ পাব পাৰি।  


৭. শৰীৰৰ মালিচ -
আপুনি এই তেলেৰে শৰীৰ মালিচৰ কৰে তেন্তে  ই শৰীৰক উজ্জ্বলতা প্ৰদান কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক