--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আচাৰ্য চাণক্য আছিল এনে এজন ব্যক্তি যিয়ে এককভাৱে তেওঁ ভূত-ভৱিষ্যতৰ কথা ক’ব পাৰিছিল। তেওঁৰ যোগেদি চন্দ্ৰগুপ্ত মৌৰ্যই সিংহাসন লাভ কৰিছিল। ভাবিলে আচৰিত লাগে যে সেই প্ৰাচীন কালৰে তেওঁৰ কথাবোৰ আজিও অতি প্ৰাসংগিক হৈ আছে। তেওঁৰ দ্বাৰা ৰচিত অৰ্থশাস্ত্ৰ আজিও মানুহৰ বাবে এক আশ্চৰ্য্য।

নৈতিকতাৰ মহান পণ্ডিত আচাৰ্য চাণক্যই তেওঁৰ চাণক্য নীতিত জীৱনৰ লগত জড়িত বহু তথ্য দাঙি ধৰিছে। আজি আমাৰ ঘৰখনৰ দুৰ্দশাৰ কাৰণ কি? ঘৰত আৰ্থিক সমস্যাৰ কাৰণ কি কি? তলত উল্লেখ কৰা ৫টা কাৰণৰ কথা তেওঁ চাণক্য নীতিত উল্লেখ কৰিছে।

১) য’ত বিবাদ হয় তাত মালক্ষ্মী বাস নকৰে। ঘৰৰ সদস্যৰ মাজত কাজিয়া হৈ থাকিলে সেই ঘৰৰ পৰা মালক্ষ্মীয়ে ওলাই যায়। ফলত দৰিদ্ৰতা বৃদ্ধি পায়।

২) যি ঘৰত পূজা কৰা নহয়, তাত অশুভ শক্তি বাস কৰে। ইয়াৰ ফলত পৰিয়ালৰ ওপৰত অশুভ প্ৰভাৱ পৰে। গতিকে ঘৰখন নিতৌ পুৱা-গধূলি পূজা কৰা উচিত।

৩) যি ঘৰৰ চৌহদত তুলসী গছ ৰোপণ কৰা হয়, সেই ঘৰত মালক্ষ্মীৰ আগমনৰ লগতে দৰিদ্ৰতা দূৰ হয়। আচাৰ্য চাণক্যৰ মতে এই তুলসী গছ মৰহি যাব দিব নালাগে, নহ’লে ইয়াৰ কুপ্ৰভাৱ পৰা দেখা যায়।

 ৪) ভঙা কাঁচঃ আচাৰ্য চাণক্যৰ মতে ভঙা কাঁচ ঘৰৰ ভিতৰত ৰাখিব নালাগে। নহ’লে ইয়াৰ কুপ্ৰভাৱ আপোনাৰ ঘৰখনৰ ওপৰত পেলাব পাৰে।

৫) মনত ৰাখিব যে ঘৰৰ বয়োজ্যেষ্ঠক অপমান কৰিলে মালক্ষ্মী তাত নাথাকে। গতিকে এই কাৰ্য্যৰ পৰা সদায় বিৰত থাকক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক