--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত পেট্ৰ’ল-ডিজেলৰ আকাল হ’ব বুলি বিভিন্ন জনে আশংকা ব্যক্ত কৰি অহাৰ সময়তে এনে এখন বাইক আৱিষ্কাৰ হৈছে যিখন বাইক চলিবলৈ নালাগে পেট্ৰ’ল। বীয়েৰৰ জড়িয়তেই চলে এই বাইক খন। 

বীয়েৰ চালিত বাইক খনৰ গতিবেগ ঘণ্টাত ২৪০ কিলোমিটাৰ। আমেৰিকাৰ মাইকেলছনে বীয়েৰ চালিত বাইক এখন উদ্ভাৱন কৰি উলিয়াইছে। বাইক খনৰ উদ্ভাৱক  মাইকেলছনে কৈছে  যে বাইকখনত থকা পাত্ৰত পেট্ৰ’লৰ দৰে বীয়েৰ ঢালি দিলে সেই বীয়েৰ  গৰম কৰা কুণ্ডলীটোৱে বিয়েৰখিনি ৩০০ ডিগ্ৰী পৰ্যন্ত গৰম কৰি তুলিব, ফলত  নজলত বাষ্প প্ৰস্তুত হ’ব  আৰু বাইকখন আগুৱাই যাব। 

তেওঁ লগতে কৈছে যে এই বাইকখন প্ৰতি ঘণ্টাত ২৪০ কিলোমিটাৰ বেগত চলিব পাৰে। তেওঁ কয় যে গেছ আৰু পেট্ৰ’লৰ  মূল্য দিনক দিনে বাঢ়ি আহিছে। সেয়ে বীয়েৰক ইন্ধন হিচাবে ব্যৱহাৰ কৰাৰ চিন্তা তেওঁৰ মনলৈ আহিল।  তেওঁ লগতে কয় যে তেওঁ বীয়েৰ   পান নকৰে,  ইয়াক ইন্ধন হিচাপেহে ব্যৱহাৰ কৰিছে। 

শেহতীয়াকৈ আমেৰিকাত অনুষ্ঠিত এক  কাৰ শ্ব'ত  বীয়েৰ চালিত এই বাইক খনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।  কাৰ শ্ব'ত  বীয়েৰ চালিত এই বাইক খনে প্ৰথম স্থান লাভ কৰিছে। মাইকেলছনে কৈছে যে কেইটামান প্ৰদৰ্শনীৰ পিছত তেওঁ বাইকখন তেওঁৰ ঘৰৰ সংগ্ৰহালয়ত ৰাখিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ