--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা’ত যোগ দিলে কমল হাছানে। নতুন দিল্লীত গান্ধীৰ স’তে খোজ মিলায় দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰজনে। 

যাত্ৰাটোত অংশ লৈ লাল কিল্লাত এটা ভাষণো প্ৰদান কৰে হাছানে। কয়- ''বহু মানুহে সুধিছে যে মই কিয় যাত্ৰাত অংশ লৈছো। মই ইয়ালৈ এজন ভাৰতীয় হিচাপে আহিছো।’’

''মোৰ দেউতা এজন কংগ্ৰেছী আছিল। মোৰ বিভিন্ন আদৰ্শ আছে আৰু মই এটা ৰাজনৈতিক দলো আৰম্ভ কৰিছো। কিন্তু যেতিয়া দেশৰ কথা আহি পৰে, সকলো ৰাজনৈতিক পথ ধূসৰ হৈ পৰে।’’- হাছানে কয়।

''মই এখন আইনাৰ সমুখত ৰওঁ আৰু নিজকে কওঁ- এই সময়ছোৱাই হৈছে সেই সময়, যিসময়ত দেশে মোক অতিকৈ বিচাৰে। তেতিয়াই মোৰ ভিতৰৰ পৰা এটা কণ্ঠ শুনা পাওঁ- 'কমল, ভাৰতক টুকুৰা টুকুৰ কৰাত সহায় নকৰিব, এক কৰা’।’’- অভিনেতাজনে কয়।

উল্লেখ্য যে কংগ্ৰেছৰ এই যাত্ৰাই দেশজুৰি মুঠ ৩০০০ কিলোমিটাৰ ইতিমধ্যে সামৰি লৈছে। পাৰ কৰিছে ১২খন ৰাজ্য। কমল হাছানৰ উপৰিও ইয়াৰ পূৰ্বে ৰিয়া সেন, পূজা ভাটৰ দৰে চেলিব্ৰেটিয়েও যাত্ৰাটোত যোগ দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক