--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এয়া যে আনন্দৰ সময়।  আজি আম্বানী পৰিয়ালত বৈ গৈছে এক সুখৰ অনুভূতি আছে। সেই সুখানভূতিয়ে আনকি দেশৰ বহু জনতাকো স্পৰ্শ নকৰাকৈ থকা নাই। আম্বানীৰ কন্যা ঈশাই অলপতে যমজ সন্তানৰ মাতৃ হৈছিল। ঈশা আম্বানীয়ে শনিবাৰে তেওঁৰ দুই সন্তানৰ সৈতে মুম্বাইলৈ উভতি আহিছে। মুকেশ আম্বানী আৰু নীতা আম্বানীয়ে নৱজাতকৰ সৈতে দম্পতীহালক তেওঁলোকৰ বাসগৃহলৈ স্বাগতম জনায়। 

ছোৱালীজনী মাক হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ঘৰলৈ আহিব, সেয়েহে পুৱাৰে  পৰা আম্বানীৰ ঘৰত যেন  অপেক্ষাৰ শেষ নাছিল।ঈশা আম্বানীয়ে ১৯ নৱেম্বৰত আমেৰিকাত যমজ সন্তান জন্ম দিয়াৰ পিছত প্ৰথমবাৰৰ বাবে  ঘৰলৈ উভতি আহিছে।

এটা ভিডিঅ'ত মুকেশ আৰু নীতা আম্বানীৰ পুত্ৰ অনন্ত আম্বানী , আকাশ আম্বানী আৰু পৰিয়ালৰ আন কেইবাজনো সদস্যক দেখা গৈছে। মুকেশ আম্বানীয়ে নিজেই তেওঁৰ কন্যা  আৰু জোঁৱাইক আদৰি আনিবলৈ গৈছিল। আজিৰ দিনটোত আম্বানীৰ  বাসগৃহ ফুল আৰু মূৰ্তিৰে সুন্দৰকৈ সজোৱা হয়।এনে সাজসজ্জা দেখি তথা লাগি চাই ৰয় বাটৰুৱাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement