--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা৷এখন সম্পূৰ্ণ দলং আৰু পথৰ কিছু অংশ চুৰি হোৱাৰ খবৰৰ পাছত বিহাৰত পুনৰ এক চুৰি সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।বিহাৰৰ দৰভংগা জিলাত নিশাটোৰ ভিতৰতে এটা পুখুৰী পুতি এটা জুপুৰি নিৰ্মাণ কৰা হয়।

দৰভংগাৰ চৰকাৰী পুখুৰীটো ভূ-মাফিয়াই চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে।পুখুৰীটোৰ জলভাগ বালিৰে ভৰাই তাৰ ওপৰত এটা জুপুৰি নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে। নিশাটোৰ ভিতৰতে ট্ৰাক আৰু যন্ত্ৰপাতি চলাচল কৰাৰ পাছতে স্থানীয় ৰাইজে আৰক্ষীক বিষয়টো সন্দৰ্ভত সতৰ্ক কৰি দিয়ে।সেই ঠাইৰ পৰা পোৱা দৃশ্যবোৰে এটা সমতল অঞ্চল দেখুৱাইছে, য’ত এটা নিৰ্মিত জুপুৰি আছে। সেই স্থানতে পুখুৰীৰ কোনো চিন-মোকাম কেতিয়াও হোৱা নাই।


জিলাখনৰ ডি এছ পি কুমাৰে কয় যে, ‘স্থানীয় ৰাইজে কয় যে যোৱা ১০-১৫ দিনত মাটি ভৰোৱা কাম হৈছিল। বেছিভাগ ৰাতিৰ সময়ত কাম কৰা হৈছিল। এই মাটি কাৰ মালিক সেই বিষয়ে আমাৰ হাতত কোনো তথ্য নাই৷”বৰ্তমান এই অস্বাভাৱিক ‘চুৰি’ৰ তদন্ত এতিয়া দৰভংগা আৰক্ষীয়ে অব্যাহত ৰাখিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক